পৰ্যটন

EVM: মই নিজেও ইভিএমটোৰ ওপৰত ব্যক্তিগতভাবে সন্দেহবাদীঃ দেৱব্ৰত শইকীয়া

মই নিজেও ইভিএমটোৰ(EVM) ওপৰত ব্যক্তিগতভাবে সন্দেহবাদী৷ এই মন্তব্য বিৰোধী দলপতি দেৱব্ৰত শইকীয়াৰ(Debabrata Saikia)৷ দেওবাৰে বঙাইগাঁৱত সমষ্টিটোৰ উপ নিৰ্বাচনৰ কংগ্ৰেছ দলৰ প্ৰাৰ্থী ব্ৰেজনজিৎ সিংহৰ হৈ নিৰ্বাচনী প্ৰচাৰ চলাবলৈ অহা কংগ্ৰেছ দলৰ জ্যেষ্ঠ নেতাগৰাকীক সাংবাদিকে ইভিএম প্ৰসংগত সোধাত এইদৰে কয়৷

Koliabhomora: ধ্বংসস্তুপ পৰিণত অসম পৰ্যটন বিভাগৰ কলিয়াবৰস্থিত ‘কলিয়াভোমোৰা জলক্ৰীড়া আৰু পৰ্যটন উদ্যান’

তুঙ্গত উঠিছে চামগুৰি সমষ্টিৰ উপ-নিৰ্বাচন(Koliabhomora)। চামগুৰি সমষ্টিৰ(Samguri By Election) বিজেপি মিত্ৰজোঁটৰ প্ৰাৰ্থী দিপ্লুৰঞ্জন শৰ্মাৰ ঘৰ কলিয়াবৰত। পিছে কলিয়াবৰত বিশেষ চৰ্চা লাভ কৰিছে চামগুৰি সমষ্টিৰ কংগ্ৰেছ দলৰ প্ৰাৰ্থী তাঞ্জিল হুছেইনৰ নাম।

Kaziranga National Park: কাজিৰঙাৰ ১২০ বছৰীয়া ইতিহাস, ৰাষ্ট্ৰীয় উদ্যানৰ ঘোষণাৰ ৫০ বছৰত কি পদক্ষেপ লৈছে উদ্যান কৰ্তৃপক্ষ, চৰকাৰে?

কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যানৰ(Kaziranga National Park) সংৰক্ষণ ইতিহাসে গৰকিলে ১২০ বছৰ(120 Years of History)। ৰাষ্ট্ৰীয় উদ্যান ঘোষণায়ো অতিক্ৰম কৰিলে ৫০ বছৰ। ইতিমধ্যে চলিত বৰ্ষৰ পৰ্যটন আৰম্ভ হৈজে। ১ অক্টোবৰত আৰম্ভ হৈছে জীপ চাফাৰী। ১ নৱেম্বৰৰ পৰা আৰম্ভ হ'ব হাতী চাফাৰী।

Land of Paradise: এজন সৈনিকৰ দৃষ্টিৰে ভূ-স্বৰ্গ কাশ্মীৰৰ জনজীৱন

গ্ৰন্থখনিত লেখকে 'বিতৰ্কিত ৩৭০ অনুচ্ছেদ আৰু কাশ্মীৰ'ৰে(Land of Paradise) আৰম্ভ কৰিছে। কাশ্মীৰৰ জনজীৱন, কাশ্মীৰৰ(Bhushorg Kashmir) সমস্যা, সম্ভাৱনা, ইতিহাস প্ৰসিদ্ধ কাহিনী, শৈক্ষিক পৰিৱেশ, সন্তাসবাদ, জলবায়ু আদিৰ বিষয়েও বৰ্ণনা কৰিছে।

Nature Lovers of The City: গুৱাহাটীত উৰণীয়া সেতু নিৰ্মাণৰ নামত গছ আৰু নাকাটিব

চৰকাৰে এপিনে অমৃত বক্ষ অভিযান অনুষ্ঠিত কৰিছে, আনপিনে উন্নয়নৰ দোহাই দি ঐতিহ্যমণ্ডিত দীঘলী পুখুৰীৰ কাষৰ শ শ জোপা গছ কাটি পাবলৈ লৈছে। এই কথাতে বিতুষ্ট হৈ পৰিছে মহানগৰীৰ প্ৰকৃতিপ্ৰেমী লোকসকল(Nature Lovers of The City)। নুনমাটি অঞ্চলৰ সৈতে সংযোগী উৰণীয়া সেতু নিৰ্মাণৰ ঠাই মুকলি কৰাৰ লক্ষ্যৰে দীঘলীপুখুৰীত(Dighalipukhuri) বৃহৎ পৰিসৰত গছ কটাৰ তীব্ৰ বিৰোধিতা(Protection of Nature) কৰিছে গুৱাহাটীবাসীয়ে।

Popular