বটদ্ৰৱাৰ নতুন প্ৰকল্পত বিনামূলীয়া প্ৰৱেশ বন্ধ।
এতিয়াৰ পৰা বিনামূলীয়া নহ’ব বটদ্ৰৱাৰ প্ৰৱেশ।
২৫ টকা মাচুল ভৰিহে নতুন প্ৰকল্পত প্ৰৱেশ কৰিব পাৰিব প্ৰাপ্তবয়স্ক লোক।
১২ বছৰৰ পৰা ৭০ বছৰ বয়সৰ লোকৰ প্ৰৱেশ মূল্য ২৫ টকা।
১২ বছৰৰ তলৰ আৰু ৭০ বছৰৰ ওপৰৰ লোকৰ প্ৰৱেশ বিনামূলীয়া।
মুখ্যমন্ত্ৰীৰ উপস্থিতিত অনুষ্ঠিত বৈঠকত এই সিদ্ধান্ত শংকৰদেৱ কলাক্ষেত্ৰৰ।
১ ছেপ্টেম্বৰৰ পৰা নিৰ্ধাৰণ কৰা হৈছে বটদ্ৰৱা থানৰ প্ৰৱেশমূল্য ।

