বতৰ

Cold Weather:শীতত থৰ থৰকৈ কঁপিছে পঞ্জাৱ, হাৰিয়ানা

শীতত থৰ থৰকৈ কঁপিছে(Cold Weather) পঞ্জাৱ, হাৰিয়ানা৷ এই দুই ৰাজ্যৰ উপৰি দেশৰ আনম কেইবাখনো ৰাজ্যত শীত প্ৰবাহে(Chilly Winds) তীব্ৰ ৰূপ ধাৰণ কৰিছে৷

Peak of the Autumn:আঘোণৰ উকি আৰু আঘোণৰ নষ্টালজিক অনুভূতি…

এই সময়খিনি বৰ হেঁপাহৰ। কৃষকৰ বুকুৰ আশাই গজালি মেলি বাস্তৱ হোৱাৰ সময়। আচলতে আঘোণৰ সময়বোৰ আগুৱাইছে।(Peak of the Autumn) আঘোণ মাহ শেষ হ'বলৈ এতিয়াও দহ-বাৰদিন বাকী।কিন্তু আঘোণৰ সোণোৱালী গুটীধানেৰে ভৰপুৰ পথাৰখনৰ পৰা ধানবোৰ প্ৰায় নোহোৱাৰ দৰে হৈ পৰিছে।

Chhath Puja । সূৰ্যাস্ত আৰু সূৰ্যোদয়ৰ আনন্দৰ মাজতেই চলিছে ষট পূজা

Chhath Puja । সূৰ্যাস্ত আৰু সূৰ্যোদয়ৰ আনন্দৰ মাজতেই চলিছে ষট পূজা

Tezpur Tractor Hospital: তেজপুৰত জৰাজীৰ্ণ পথ বাবেই ট্ৰেক্টৰতে চিকিৎসালয়লৈ নিলে ৬০ ঊৰ্ধৰ ৰোগীক

বিজেপি নেতৃত্বাধীন চৰকাৰৰ কাৰ্য্যকালত ৰাজ্যৰ বাট-পথসমূহৰ ব্যাপক উন্নতি সাধন হৈছে বুলি শাসকীয়পক্ষই সততে জয়ঢোল বজাই অহাৰ সময়তে তেজপুৰৰ সমীপৱৰ্তী অঞ্চলত মঙলবাৰে সংঘটিত হয় এক শোকাৱহ ঘটনা৷ বৰচলা বিধানসভা সমষ্টিৰ অন্তৰ্গত ঝাৰণি চাপৰিৰ কৃষ্ণ বাহাদুৰ ছেত্ৰী নামৰ এজন ৬০ উৰ্ধৰ ব্যক্তি জৰাজীৰ্ণ পথৰ বাবে অকাল মৃত্যুক সাৱটিব লগা হোৱা ঘটনাই বাট-পথ উন্নয়নৰ ফোঁপোলা স্বৰূপ উদঙাই দিছে৷ উল্লেখ্য, ১৫নং ৰাষ্ট্ৰীয় ঘাইপথৰ বিহগুৰিৰ পৰা উত্তৰ দিশৰ ঝাৰণি চাপৰি সংযোগী পথছোৱা আজিও কেচাঁ আৰু বোকাময়(Tezpur Tractor Hospital)

Dana Cyclone: সাগৰীয় ঘূৰ্ণী ডানা কালৰূপ ধৰি আহিছে অসম তথা উত্তৰ-পূবলৈ

কালৰূপ ধৰি আহিছে আন এক সাগৰীয় ঘূৰ্ণী। এই ঘূৰ্ণীৰ নাম দিয়া হৈছে ডানা। বিশ্বৰ বিধ্বংসী ঘূৰ্ণীৰ মাজৰে এটা হৈছে ডানা। দুই -এদিনৰ ভিতৰতে ডানাই(Dana Cyclone) ওড়িশা , পশ্চিম বংগৰ উপকূলীয় অঞ্চলত আঘাত কৰিব পাৰে। এই ঘূৰ্ণীৰ প্ৰভাৱ পৰিব অসম তথা উত্তৰ-পূবতো

Popular