Home
উত্তৰ-পূৰ্বাঞ্চল
অসম
ই-পেপাৰ
দৈনন্দিন বাৰ্তা
Assam Rising
ৰাষ্ট্ৰীয়-আন্তঃৰাষ্ট্ৰীয়
ক্রীড়া-জগত
স্বাস্থ্য বাৰ্তা
APPLY CARD
Apply For Member Card
ফটো
বিনোদন
Home
উত্তৰ-পূৰ্বাঞ্চল
অসম
ই-পেপাৰ
দৈনন্দিন বাৰ্তা
Assam Rising
ৰাষ্ট্ৰীয়-আন্তঃৰাষ্ট্ৰীয়
ক্রীড়া-জগত
স্বাস্থ্য বাৰ্তা
APPLY CARD
Apply For Member Card
ফটো
বিনোদন
Home
উত্তৰ-পূৰ্বাঞ্চল
অসম
ই-পেপাৰ
দৈনন্দিন বাৰ্তা
Assam Rising
ৰাষ্ট্ৰীয়-আন্তঃৰাষ্ট্ৰীয়
ক্রীড়া-জগত
স্বাস্থ্য বাৰ্তা
APPLY CARD
Apply For Member Card
ফটো
বিনোদন
বিশেষ লেখা
যোৰহাট জিলাত কি হ’ব ৰাজনৈতিক সমীকৰণ : নৱ প্ৰজন্মক বিছাৰিছে ভোটাৰে
মোৰ বিৰুদ্ধে কংগ্ৰেছে ষড়যন্ত্ৰ কৰিছে, সকলো আদালতত ক’মঃ শিখা শৰ্মা
কোকৰাঝাৰত উত্তেজনা অব্যাহতঃ আশ্ৰয় শিবিৰ স্থাপন, স্পৰ্শকাতৰ অঞ্চলত সেনা মোতায়েন
Kahinur Theatre: কহিনুৰৰ মঞ্চত ‘পিঞ্জৰা’ আৰু সুৱাসনা, চলিত নাট্যবৰ্ষৰ এক উল্লেখযোগ্য প্ৰযোজনা
assam
দৈনন্দিন বাৰ্তা
-
November 7, 2024
প্ৰতিটো নাট্যবৰ্ষতে ভ্ৰাম্যমাণ থিয়েটাৰ উদ্যোগটোত অতি কমেও ৭০-৭৫খন নাটক মঞ্চস্থ হয়(Kahinur Theatre)। অৰ্থাত একাধিক নাট্যকাৰে ইমানকেইখন নাটক লিখি উলিয়ায়। ইয়াৰে ভিতৰত কেইখনমান নাটক ব্যৱসায়িক দিশত যথেষ্ট সফল হয়, প্ৰযোজকে মুনাফা লাভ কৰে। কেইখনমান নাটকক লৈ আলোচনা চলে, নাট্যকাৰে প্ৰশংসা লাভ কৰে।
Bharat Ratna Bhupen Hazarika: নিতৌ এঘণ্টাকৈ মাইকযোগে ৰাইজক শুনাই সুধাকণ্ঠৰ কালজয়ী গীতঃ সুধাকণ্ঠ গীতেৰে পৰিৱেশ জিপাল কৰি তুলে সমৰেন্দ্ৰ নাৰায়ণ বৰাই
অসম
দৈনন্দিন বাৰ্তা
-
November 5, 2024
নগাঁও জিলাৰ কামপুৰৰ এজন সংস্কৃতিকৱান যুৱক তথা সাংবাদিক সমৰেন্দ্ৰ নাৰায়ণ বৰা। তেওঁ সুদীৰ্ঘ দিন নীৰৱে চলাই গৈছে এক নিৰলস প্ৰচেষ্টা। সাংবাদিক বৰাই একক প্ৰচেষ্টাৰে ভাৰত ৰত্ন, হিয়াৰ আমঠ সুধাকণ্ঠ ভূপেন হাজৰিকাৰ(Bharat Ratna Bhupen Hazarika) কালজয়ী গীতসমূহ মাইক যোগে ৰাইজক শুনাই আহিছে শিল্পী গৰাকীৰ মহাপ্ৰয়াণৰ দিনৰে পৰা।
Bhupen Hazarika: ভূপেনদাৰ ‘মে’ড ইন ইটালী’ৰ চছমাযোৰ আৰু দুগৰাকী কলিয়াবৰীয়াৰ কাহিনী
assam
দৈনন্দিন বাৰ্তা
-
November 4, 2024
ভূপেনদাক কলিয়াবৰবাসীয়ে কলিয়াবৰীয়া বুলিয়ে কয়। শদিয়াত জন্ম লৈ তেজপুৰ, গুৱাহাটী, কলকতা, মুম্বাই যি ঠাইৰে বাসিন্দা নহাওক কিয়, ভূপেনদা(Bhupen Hazarika) কলিয়াবৰীয়া। কলিয়াবৰৰ লগত ভূপেনদাৰ সম্পৰ্ক ফেৰীৰে লুইত পাৰ হৈ শিলঘাটত নামি উজনিলে যোৱাৰ দিনৰে পৰা বুলি তেখেতে নিজেই কৈ গৈছে(Made in Italy)।
Assam bypolls । বিহালীত কেন্দ্ৰীয় মন্ত্ৰী পৱিত্ৰ মাৰ্ঘেৰিটা, মন্ত্ৰী পীয়ুষ হাজিৰকাৰ জোৰদাৰ নিৰ্বাচনী প্ৰচাৰ
ৰাজনীতি
দৈনন্দিন বাৰ্তা
-
November 2, 2024
(Assam bypolls )ৰাজ্যত উপ-নিৰ্বাচনৰ দিন যিমানে চমু চাপি আহিছে, সিমানে ক্ৰমাৎ গৰম হৈ পৰিছে নিৰ্বাচনী বতাহ৷ এইবেলি ৰাজ্যৰ উপ-নিৰ্বাচন অনুষ্ঠিত হ’বলগীয়া সমষ্টিসমূহৰ ভিতৰত প্ৰধানকৈ দুটা সমষ্টিয়ে সমগ্ৰ ৰাজ্যবাসীৰে দৃষ্টি আকৰ্ষণ কৰিছে৷ তাৰে এটা হৈছে চামগুৰি আৰু আনটো হৈছে বিহালী৷ চামগুৰি সমষ্টিত কংগ্ৰেছৰ শক্তিশালী নেতা তথা বৰ্তমানৰ সাংসদ ৰকিবুল হুছেইনৰ পুত্ৰ তাঞ্জিল হুছেইন কংগ্ৰেছৰ প্ৰাৰ্থী হিচাপে ঠিয় দিছে৷ ফলত সমষ্টিটোত কংগ্ৰেছ আৰু বিজেপিৰ মাজত তয়াময়া নিৰ্বাচনী যুঁজ হ’ব বুলি ধাৰণা কৰা হৈছে ৷ (pijush hazarika) (পীয়ুষ হাজিৰকা)
Diwali । দীপাৱলী উৎসৱতো আধুনিকতাৰ প্ৰভাৱ
বিশেষ লেখা
দৈনন্দিন বাৰ্তা
-
October 30, 2024
অসমীয়া কেলেণ্ডাৰৰ মতে লক্ষ্মী পূৰ্ণিমা তিথিৰ পাছত অৰ্থাৎ অমাৱ্যসাত পোহৰৰ উৎসৱ দীপাৱলী পালন কৰে । (Diwali) দীপাৱলী উৎসৱ সকলোৰে জীৱনত পোহৰ বিলোৱাৰ আশাৰে উদ্ যাপন কৰে । প্ৰতি বছৰে শৰৎ কালৰ কাতি মাহৰ অমাৱ্যসাত তিথিত (Hindu) হিন্দু, জৈন, শিখ আৰু কিছু সংখ্যক বৌদ্ধ ধৰ্মৰ লোকেও পালন কৰা দেখিবলৈ পাওঁ। এই উৎসৱ অৰ্থাৎ দীপাৱলী উৎসৱে আন্ধকাৰৰ বিৰুদ্ধে পোহৰৰ অৰ্থাৎ বেয়াৰ বিৰুদ্ধে ভালৰ আৰু অজ্ঞানৰ বিৰুদ্ধে জ্ঞানৰ বিজয়ীৰ প্ৰতিনিধিত্ব কৰে ।
1
...
50
51
52
...
63
Page 51 of 63
Popular
Border 2: ২০২৬ৰ প্ৰথমখন হিট ছবি ছানী দেউলৰ ‘বৰ্ডাৰ ২’
দৈনন্দিন বাৰ্তা
-
January 29, 2026