বিশেষ লেখা

Durga Puja 2024: দশভূজা দেৱী দুৰ্গা; জানক পূজাৰ ধৰ্মীয়, সাংস্কৃতিক আৰু আধ্যাত্মিক গুৰুত্ব

(Durga Puja)হিন্দু ধৰ্মাৱলম্বীৰ মাজত প্ৰচলিত এটি বৃহত্তম আৰু উল্লেখযোগ্য উৎসৱ হ'ল দুৰ্গোৎসৱ বা দুৰ্গাপূজা। এই উৎসৱ ধৰ্মীয় আৰু সামাজিক উৎসৱ । শক্তিৰ উপাসনা হিন্দু ধৰ্মৰ এক অবিচ্ছেদ্য অঙ্গ। এই অৱধৰণাটো বেদৰ বুকুতে পোখা মেলে। পুৰাণৰ যুগত বেদৰ দেৱীয়ে স্বৰূপ লাভ কৰে। শক্তিবাদে সৃষ্টিৰ আদিশক্তিক বা আদ্যশক্তিক পৰম সুন্দৰী প্ৰকৃতি ৰূপত কল্পনা কৰি আহিছে। এই আদ্যশক্তিয়ে বিশ্বব্ৰহ্মাণ্ড স্ৰজন কৰিছে। তেওঁকে ব্ৰহ্মা,বিষ্ণু, আৰু মহেশ্বৰৰো জন্মদাত্ৰী বুলিও ভবা হয় আৰু আদ্যশক্তিয়ে হ'ল মা দুৰ্গা। মা দুৰ্গা নাৰী শক্তিৰ প্ৰতীক। তেঁওৰ অনেক ৰূপৰ ভিতৰত দেৱী দুৰ্গা প্ৰধান।

Assamese Classical Language: অসমীয়া ভাষালৈ ধ্ৰুপদী ভাষাৰ স্বীকৃতি, সাহিত্য সভাৰ ৱাটছএপ গ্ৰুপত ইংৰাজী ভাষাৰ ব্যৱহাৰ আৰু ব্যক্তিগত অনুভৱ

আজিকালি মই বৰ জ্ঞানী হৈ পৰিছো। মোলৈ অহা জ্ঞানবোৰ লৈ মই যেনেকৈ জ্ঞানী হৈ গৈ আছোঁ, তেনেকৈ ময়ো মোলৈ অহা জ্ঞানবোৰ আনলৈ পঠাই আনকো জ্ঞানী কৰি আছোঁ।(Assamese Classical Language)

Durga Puja: কোনখন বাহনত আহিব মা দুৰ্গা ?

( Durga Puja) এতিয়া দূৰ্গাপূজাৰ বতৰ । ধৰালৈ নামিব দূৰ্গা মা । (Durga Maa )দুৰ্গা দেৱীৰ বাহন সিংহ কিন্তু প্ৰত্যেকবাৰে মৰ্ত্যলৈ আহিলে বেলেগ বেলেগ বাহনত আহে ৷ জ্যোতিষীৰ মতে ইয়াৰো আছে বহু অৰ্থ ৷ এইবাৰ দেৱী দুৰ্গা দোলাত আহিব আৰু প্ৰস্থান কৰিব ঘোঁৰাত ৷সাধাৰণতে আহিনৰ শুক্ল পক্ষৰ ষষ্ঠী তিথিত তথা ষষ্ঠীৰ পৰা আৰম্ভ হৈ দশমী পৰ্যন্ত থাকে এই দুৰ্গোৎসৱ ৷ এই পাঁচদিন যথাক্ৰমে দুৰ্গা ষষ্ঠী, মহাসপ্তমী, মহাষ্টমী, মহানৱমী আৰু বিজয়া দশমী নামেৰে জনাজাত ।

Puja Shopping 2024:পূজাৰ বজাৰ কৰিলেনে…

পূজাৰ বতৰ বুলিলেই জেলেপিৰ লোভনীয় গোন্ধৰ লগতে শাৰী -শাৰী দোকানসমুহত নতুন কাপোৰৰ চমক লগতে দেখিব ডিছকাউন্টৰ বেনাৰ সমুহ। জাক-জমক বস্তুৰে ভৰি থকা দোকানবিলাকৰ ওচৰ চাপিলেই সকলো লবৰ মন যায়।(Puja Shopping 2024)

Durga Puja 2024: দুৰ্গা পূজাৰ বাবে নিজক কিদৰে সাজু কৰিব

পূজাৰ কেইদিনত ক'ত যাম, কি পিন্ধিম, কি খাম বা ঘৰত আলহী- অতিথিৰ বাবে কি সাজু কৰি থ'ম, নিজক কি দৰে সজাই তুলিম ইত্যাদি ইত্যাদি। (Durga Puja 2024)

Popular