Home
উত্তৰ-পূৰ্বাঞ্চল
অসম
ই-পেপাৰ
দৈনন্দিন বাৰ্তা
Assam Rising
ৰাষ্ট্ৰীয়-আন্তঃৰাষ্ট্ৰীয়
ক্রীড়া-জগত
স্বাস্থ্য বাৰ্তা
APPLY CARD
Apply For Member Card
ফটো
বিনোদন
Home
উত্তৰ-পূৰ্বাঞ্চল
অসম
ই-পেপাৰ
দৈনন্দিন বাৰ্তা
Assam Rising
ৰাষ্ট্ৰীয়-আন্তঃৰাষ্ট্ৰীয়
ক্রীড়া-জগত
স্বাস্থ্য বাৰ্তা
APPLY CARD
Apply For Member Card
ফটো
বিনোদন
Home
উত্তৰ-পূৰ্বাঞ্চল
অসম
ই-পেপাৰ
দৈনন্দিন বাৰ্তা
Assam Rising
ৰাষ্ট্ৰীয়-আন্তঃৰাষ্ট্ৰীয়
ক্রীড়া-জগত
স্বাস্থ্য বাৰ্তা
APPLY CARD
Apply For Member Card
ফটো
বিনোদন
বিশেষ লেখা
জুবিন গাৰ্গ ইছ্যুটোক অলপ মচলা সানিব লাগিব ,জুবিন গাৰ্গ বিষয়ক লৈ ৰাজনৈতিক কৌশল কংগ্ৰেছৰ ।
অসম জাতীয় পৰিষদৰ প্ৰথমখন প্ৰাৰ্থী তালিকা প্ৰকাশ, ৮টা সমষ্টিত প্ৰাৰ্থী ঘোষণা
মুখ্যমন্ত্ৰী ড° হিমন্ত বিশ্ব শৰ্মাৰ ৰাজ্যৰ প্ৰায় ২২টা সংগঠনৰ সৈতে গুৰুত্বপূৰ্ণ বৈঠক ।
Classical Language of India: অসমীয়া ভাষা জগত সভালৈ যাব
অসম
দৈনন্দিন বাৰ্তা
-
October 24, 2024
কামৰূপা মোৰ সুৱদি সুৰীয়া অসমীয়া ভাষা জগত সভালৈ যাব, উজ্জ্বল সুজ্জল কহিনুৰ পিন্ধি হাঁহি জ্যোতিৰূপা হ'ব। জ্যোতিপ্ৰসাদ আগৰৱালাৰ এই কথাযেন চিৰযুগমীয়া হওক। অসমীয়া ভাষাক ভাৰতৰ কেন্দ্ৰীয় চৰকাৰে ইতিমধ্যে ধ্ৰুপদী ভাষা হিচাপে স্বীকৃতি দিলে। অসমীয়া হিচাপে আমি ভাৰতৰ কেন্দ্ৰীয় চৰকাৰক ধন্যবাদ আৰু কৃতজ্ঞতা জনালোঁ। অসমৰ অসমীয়া আৰু অসমীয়া ভাষাৰ(Classical Language of India) প্ৰতি আনুগত্য থকা প্ৰতিজন লোকেই এই স্বীকৃতিৰ বাবে আনন্দিত আৰু গৌৰৱান্বিত
12th Fail: টুৱেলফথ্ ফেইল- যিজনে যুদ্ধ নকৰে তেওঁহে পৰাজিত হয়
বিশেষ লেখা
দৈনন্দিন বাৰ্তা
-
October 23, 2024
প্রযুক্তিগত বিশ্বত অসমীয়া কিতাপৰ ভৱিষ্যৎ কি হ’ব সেই বিষয়ে সকলোৰে মনত প্রশ্ন উদয় হয়। এটা কথা মনত ৰখা ভাল যে ছপা কিতাপৰ আদৰ সদায় থাকিব।তাত কোনো সন্দেহ কৰিব নালাগে(12th Fail)।কিয়নো ছপা কিতাপ এখন পঢ়ি যি আনন্দ পোৱা যায় তেনে আনন্দ আন কোনো মাধ্যমত পোৱা নাযায় সেই কথা কিতাপ অধ্যয়ন কৰা সকলোৰে একমত হ’ব।
Significance of Kati Bihu: জানো আহক কাতি বিহুৰ তাৎপৰ্য
মুখ্য-পৃষ্ঠা
দৈনন্দিন বাৰ্তা
-
October 17, 2024
বুৰঞ্জীয়ে ঢুকি নোপোৱা দিনৰে পৰা অসমীয়া লোক সমাজে পালন কৰি আহিছে কাতি বিহু । এই বিহুৰ সৈতে সাঙোৰ খাই আছে আমাৰ জাতীয় কৃষ্টি-সংস্কৃতিকে ধৰি বিভিন্ন পৰম্পৰা(Significance of Kati Bihu) ।
Srimanta Shankardev । মহাপুৰুষ শ্ৰী শ্ৰীমন্ত শংকৰদেৱ
বিশেষ লেখা
দৈনন্দিন বাৰ্তা
-
October 12, 2024
" জয় গুৰু শংকৰ সৰ্ব গুণাকৰ যাকেৰি নাহিকে উপাম তোহাৰি চৰণকো ৰেণু শতকোটি বাৰেক কৰোহো প্ৰণাম।।"
Festivals and Worship : উৎসৱ-পূজাৰ আধ্যাত্মিকতা আৰু উদ্ভট আচৰণ
বিশেষ লেখা
দৈনন্দিন বাৰ্তা
-
October 12, 2024
এতিয়া উৎসৱৰ বতৰ। মানুহৰ মন প্ৰফুল্লিত হৈ থকাৰ বতৰ। এই বতৰ বছৰত এবাৰহে আহে। এই সময়ছোৱা বা ঋতুক নামকৰণ কৰা হৈছে শৰৎ। এই শৰতৰ নিৰ্মল বতৰত প্ৰকৃতি আৰু মানুহে নিজা ধৰণে যেন এক উৎসৱ হিচাপে পালন কৰে। যিহেতু উৎসৱৰ স’তে¸ মানৱ সমাজৰ এক সম্পৰ্ক থাকে সেয়ে ভিন্ ভিন্ ঠাইত ভিন্ ভিন্ জনসমাজে নিজা নিজা বিশ্বাস আৰু পৰম্পৰাক ভিত্তি কৰি উৎসৱ উদ্যাপন কৰি আহিছে। festivals in wordship ৰতন হাজৰিকা (Ratan Hazarika)
1
...
60
61
62
...
71
Page 61 of 71
Popular
জুবিন গাৰ্গ ইছ্যুটোক অলপ মচলা সানিব লাগিব ,জুবিন গাৰ্গ বিষয়ক লৈ ৰাজনৈতিক কৌশল কংগ্ৰেছৰ ।
দৈনন্দিন বাৰ্তা
-
March 17, 2026