Home
উত্তৰ-পূৰ্বাঞ্চল
অসম
ই-পেপাৰ
দৈনন্দিন বাৰ্তা
Assam Rising
ৰাষ্ট্ৰীয়-আন্তঃৰাষ্ট্ৰীয়
ক্রীড়া-জগত
স্বাস্থ্য বাৰ্তা
APPLY CARD
Apply For Member Card
ফটো
বিনোদন
Home
উত্তৰ-পূৰ্বাঞ্চল
অসম
ই-পেপাৰ
দৈনন্দিন বাৰ্তা
Assam Rising
ৰাষ্ট্ৰীয়-আন্তঃৰাষ্ট্ৰীয়
ক্রীড়া-জগত
স্বাস্থ্য বাৰ্তা
APPLY CARD
Apply For Member Card
ফটো
বিনোদন
Home
উত্তৰ-পূৰ্বাঞ্চল
অসম
ই-পেপাৰ
দৈনন্দিন বাৰ্তা
Assam Rising
ৰাষ্ট্ৰীয়-আন্তঃৰাষ্ট্ৰীয়
ক্রীড়া-জগত
স্বাস্থ্য বাৰ্তা
APPLY CARD
Apply For Member Card
ফটো
বিনোদন
বিশেষ লেখা
জুবিন গাৰ্গ ইছ্যুটোক অলপ মচলা সানিব লাগিব ,জুবিন গাৰ্গ বিষয়ক লৈ ৰাজনৈতিক কৌশল কংগ্ৰেছৰ ।
অসম জাতীয় পৰিষদৰ প্ৰথমখন প্ৰাৰ্থী তালিকা প্ৰকাশ, ৮টা সমষ্টিত প্ৰাৰ্থী ঘোষণা
মুখ্যমন্ত্ৰী ড° হিমন্ত বিশ্ব শৰ্মাৰ ৰাজ্যৰ প্ৰায় ২২টা সংগঠনৰ সৈতে গুৰুত্বপূৰ্ণ বৈঠক ।
Srimanta Sankardev। অসমীয়া সাহিত্য সংস্কৃতিলৈ শংকৰদেৱৰ অৱদান
বিশেষ লেখা
দৈনন্দিন বাৰ্তা
-
October 12, 2024
Srimanta Sankardev। সৰ্বকালৰ সৰ্বশ্ৰেষ্ঠ গুৰু,নৱবৈষ্ণৱ ধৰ্মৰ প্ৰচাৰক,মহাপুৰুষ শ্ৰীমন্ত শংকৰদেৱ গুৰুজনা অবিহনে অসমীয়া জাতীয় জীৱন কল্পনা কৰিব নোৱাৰি।তেনে এগৰাকী মহাপুৰুষক অসম তথা অসমীয়াই লাভ কৰাটো সৌভাগ্য তথা গৌৰৱ।নানা ঘাট প্ৰতিঘাটৰ মাজেৰে সেই সময়ৰ অশিক্ষিত সমাজখনক শিক্ষাৰ পোহৰ তুলি ,জাতি ,ধৰ্ম বৰ্ণ নিৰ্বিশেষ এক বৃহৎ অসমীয়া সমাজ ৰূপে গঢ় দিছিল।
Sankardeva, religious saint : শংকৰেসে শুদ্ধমত ঈশ্বৰ ভক্তিৰ তত্ত্ব…
বিশেষ লেখা
দৈনন্দিন বাৰ্তা
-
October 12, 2024
শংকৰদেৱ সৃষ্ট ধৰ্ম-কর্ম সকলোৱেই আছিল সু-চিন্তিত আৰু সত্য আধাৰিত। তেৰাই সত্য প্রতিষ্ঠা কৰিব লগা হৈছিল আধ্যাত্মিকভাৱে দৰিদ্ৰ এখন সমাজত। স্বাভাৱিকতে জাতি-ধর্ম-ভাষাৰ বৈচিত্র্য থকা সমাজ এখনত সংহতি প্রতিষ্ঠাত শংকৰদেৱ কিছু সমস্যাৰ সন্মুখীন হৈছিল। ইতিহাসেয়ো কয়- ইমানবোৰ বাধা সত্বেও শংকৰদেৱ নিজ প্রতিভাৰ গুণতে সফল হৈছিল। আমাৰ ব্যক্তিগত অভিমতঃ কিছুমান লাভ নোহোৱা বিতর্কত লিপ্ত হোৱাতকৈ, মহাপুৰুষ শ্ৰীমন্ত শংকৰদেৱৰ সৃষ্টিৰাজিক সেই সময়ৰ সমাজ ব্যৱস্থা সাপেক্ষে আলোচনা কৰা ভাল। তদুপৰি নাম-ধৰ্মৰ ক্ষেত্ৰত মাধৱদেৱৰ 'শংকৰেসে শুদ্ধমত ঈশ্বৰ ভক্তিৰ তত্ত্ব/প্রচাৰিলা শাস্ত্ৰসাৰ জানি। তাহাংক নজানয় জীৱিকাৰ অর্থে ঘূৰে। আপোনাৰ মহত্ত্ব বখানি।।' Ekasarana Dharma
BK Sharma’s Report । জাষ্টিচ বি কে শৰ্মাৰ প্ৰতিবেদন আৰু দেশীসকল
বিশেষ লেখা
দৈনন্দিন বাৰ্তা
-
October 12, 2024
BK Sharma's Report:অসম চুক্তিৰ ৬নং দফা কাৰ্যকৰীকৰণ সম্পৰ্কে অৱসৰী ন্যায়াধীশ বিপ্লৱ কুমাৰ শৰ্মাৰ নেতৃত্বত তেতিয়াৰ চৰকাৰে যি সমিতি গঠণ কৰি দিছিল, দেশী জনগোষ্ঠীৰ জাতীয় সংগঠন হিচাপে দেশী জনগোষ্ঠীয় মঞ্চ, অসমে সেই সমিতিৰ ওচৰত লিখিত আৱেদন আৰু মৌখিক সাক্ষাতকাৰৰ বাবে তেতিয়াৰ সভাপতি শ্বেখ হেদায়েতুল্লাহ, সাধাৰণ সম্পাদক শ্বাহজালাল আহমেদ, মজিবুৰ ৰহমান, নুৰবক্ত শ্বেখ, আনিছুৰ ৰহমান, কায়ছাৰ আলী আদি কৰি কেইজনমানক লৈ এখন সমিতি গঠণ কৰি দিছিল। সেই সমিতিখনে গুৱাহাটীৰ ছয় মাইলত তেতিয়াৰ উপসভাপতি মজিবুৰ ৰহমানৰ ঘৰত সমবেত হৈ আলোচনা বিলোচনা কৰি ১৬ পৃষ্ঠাৰ এখন আৱেদন বিপ্লৱ শৰ্মা নেতৃত্বাধীন সমিতিক হাতে হাতে প্ৰদান কৰিছিল আৰু ১৩-১১-২০১৯ তাৰিখে শ্বেখ হেদায়েতুল্লাহ, শ্বাহজালাল আহমেদ আৰু চুলতানা চেলিমা আহমেদ এই তিনিজনৰ এটি প্ৰতিনিধি দলে সমিতিক কোকৰাঝাৰ আৱৰ্তভৱনত সাক্ষাৎ কৰি বক্তৱ্য পেচ কৰিছিল।শ্বেইখ হেদায়তুল্ল্যাহ (Sheikh Hedayatullah)
Sankardev। শঙ্কৰদেৱৰ জন্মজয়ন্তী এটি আলোকপাত
বিশেষ লেখা
দৈনন্দিন বাৰ্তা
-
October 12, 2024
১২ অক্টোৱৰ, গুৱাহাটী:Sankardev। শঙ্কৰদেৱৰ জন্মজয়ন্তী এটি আলোকপাত " শ্ৰীমন্ত শঙ্কৰ হৰি ভকতৰ জানা যেন কল্পতৰু । তাহান্ত বিনাই নাহি নাহি নাহি আমাৰ পৰম গুৰু ।।" লেখকঃ বুলবুলি বৰা (Bulbuli borah)
Marwari community in Assam:অসমৰ মাৰোৱাৰী সমাজৰ প্ৰতি ইমান ঘৃণাভাৱ কিয়?
বিশেষ লেখা
দৈনন্দিন বাৰ্তা
-
October 11, 2024
Marwari community in Assam: সময়ে সময়ে যেতিয়াই বিভিন্ন বিষয় কেন্দ্ৰ কৰি আমাৰ প্ৰদেশত গণ আন্দোলন হয় ঠিক তেতিয়াই অসমীয়া মাৰোৱাৰী সমাজ প্ৰভাৱিত হয়।১৯৭৯ৰ পৰা ১৯৮৫ ৰ অসম আন্দোলনৰ প্ৰাৰম্ভিক সময়কে ধৰি আলফাৰ উগ্ৰবাদ তথা সময়ে সময়ে যেতিয়াই যিকোনো বিষয় লৈ উগ্ৰ জাতীয়তাবাদে মূৰ দাঙি উঠে তেতিয়াই মাৰোৱাৰী সমাজৰ ইতিহাস বিষয় লৈ উগ্ৰ জাতীয়তাবাদে মূৰ দাঙি উঠে।ঠিক তেতিয়াই মাৰোৱাৰী সমাজ ইয়াৰ প্ৰথম লক্ষ্য হৈ আহিছে অসমত মাৰোৱাৰী সমাজৰ ইতিহাস প্ৰায় ২০০ বছৰ পুৰণি।বৰ্তমান সময়ত অসমে যি সমূহ জলন্ত সমস্যাৰ মুখামুখী কৰি আহিছে সেই সমস্যা সমূহৰ বাবে মাৰোৱাৰী সমাজক কোনো প্ৰকাৰে প্ৰত্যক্ষ বা পৰোক্ষ ভাৱে দোষী সজাব নোৱাৰি।অসমৰ মাৰোৱাৰী সমাজ পোনপতীয়াকৈ বেপাৰ বাণিজ্য উদ্যোগ জগতৰ সৈতে জড়িত সমাজ।সম্ভৱত সৰল তথা নিজৰ পৰিসীমাকেই তথা ইয়াৰ চৌপাশে মাৰোৱাৰী সমাজে নিজৰ পৃথিৱী বুলি জ্ঞান কৰে।এওঁলোক অন্যায় অনীতি অত্যাচাৰ হিংসা মাৰপিত আদিৰ পৰা নিজকে দূৰত ৰাখে। প্ৰদীপ খাদৰীয়া Pradeep Khadria
1
...
61
62
63
...
71
Page 62 of 71
Popular
জুবিন গাৰ্গ ইছ্যুটোক অলপ মচলা সানিব লাগিব ,জুবিন গাৰ্গ বিষয়ক লৈ ৰাজনৈতিক কৌশল কংগ্ৰেছৰ ।
দৈনন্দিন বাৰ্তা
-
March 17, 2026