ভাৰতৰ মহিলা ক্ৰিকেটৰ A দলত স্থান লাভ দুই অসম কন্যাৰ

অসম ক্ৰিকেটৰ বাবে এক গৌৰৱৰ মুহূৰ্ত।

ভাৰতৰ মহিলা ক্ৰিকেটৰ A দলত স্থান লাভ দুগৰাকী অসম কন্যাৰ।

উমা চেত্ৰী আৰু জিণ্টীমণি কলিতাৰ স্থান লাভ।

অষ্ট্ৰেলিয়াৰ বিৰুদ্ধে এদিনীয়া, আৰু T-20 আৰু মাল্টি দে শৃংখলা খেলিব।

তিনিওটা ফর্মেটতে ভাৰতৰ A দলত স্থান লাভ জিন্টীমণি কলিতাৰ।

এই ভ্ৰমণ ১২ ছেপ্টেম্বৰৰ পৰা আৰম্ভ হ’ব তিনিখন টি-২০, তিনিখন এদিনীয়া আৰু অষ্ট্ৰেলিয়া এৰ বিৰুদ্ধে মাল্টি ডে ফিক্সচাৰ।

Related Articles