মহানগৰীত অঘটনঃ গছ পৰি ছাত্ৰীৰ মৃত্যু…

মহানগৰীৰ কালিপুৰত অঘটন।

স্কুটীত প্ৰকাণ্ড গছ উভালি পৰি ছাত্ৰীৰ মৃত্যু।

মৃত ছাত্ৰীগৰাকীৰ নাম পৰিস্মিতা হাজৰিকা।

পৰীক্ষা দিবলৈ যাওতে দুৰ্ঘটনাত পতিত ছাত্ৰ-ছাত্ৰী।

পাণ্ডু কলেজলৈ স্কুটীৰে গৈ আছিল পৰিস্মিতা আৰু জ্যোতিৰ্ময় মহন।

গুৰুতৰভাৱে আহত হৈছে জ্যোতিৰ্ময় মহন।

Related Articles