মৃত্যু

সাপটগ্ৰামত চাঞ্চল্য়কৰ ঘটনা…

♦️সাপটগ্ৰামত লংপেনেৰে চীপ লোৱা অৱস্থাত গছৰ ওপৰত ওলমি থকা অৱস্থাত উদ্ধাৰ এজন পুৰুষৰ মৃতদেহ। ♦️ সাপটগ্ৰামত চাঞ্চলকৰ ঘটনা।♦️চীপ লোৱা অৱস্থাত উদ্ধাৰ হয় মৃতদেহটো। ♦️মৃত ব্যক্তিজন গৌতম...

হাৰিয়ানাৰ কুণ্ডলী-মানেছাৰ-পালৱাল এক্সপ্ৰেছৱে’ত চলন্ত বাছত জুই লাগি ১০জন যাত্ৰীৰ মৃত্যু…

হাৰিয়ানাৰ কুণ্ডলী-মানেছাৰ-পালৱাল এক্সপ্ৰেছৱে'ত ভয়ংকৰ ঘটনা৷ চলন্ত বাছত জুই লাগি ১০জন যাত্ৰীৰ মৃত্যু৷ বৃন্দাবনৰ পৰা হাৰিয়ানাৰ নুহ অভিমুখী আছিল বাছখন৷ বাছখনত ৬৪ গৰাকীকৈ যাত্ৰী থকা...

জ্যেষ্ঠ ৰাজনৈতিক নেতা, শিক্ষাবিদ থানেশ্বৰ বড়োৰ বিয়োগত অগপত শোকৰ ছা ! সাত দিনীয়া শোক দিৱস অগপৰ…

জ্যেষ্ঠ ৰাজনৈতিক নেতা, শিক্ষাবিদ থানেশ্বৰ বড়োৰ বিয়োগত অগপত শোকৰ ছাসাত দিনীয়া শোক দিৱস অগপৰ আঞ্চলিক ৰাজনীতিৰ অন্যতম মহিৰুহ স্বৰূপ অসম গণ পৰিষদ দলৰ প্ৰতিষ্ঠাপক নেতা,...

চিৰাঙৰ সুন্দৰীৰ ২৭ নং ৰাষ্ট্ৰীয় ঘাইপথত দুৰ্ঘটনাত থিতাতে নিহত এজন স্কুটী আৰোহী…

চিৰাঙৰ সুন্দৰীৰ ২৭ নং ৰাষ্ট্ৰীয় ঘাইপথত দুৰ্ঘটনা। স্কুটী আৰু যাত্ৰীবাহী বাছৰ মুখামুখি সংঘৰ্ষ। গীতাঞ্জলি নামৰ বাছখনে মহটিয়াই নিয়ে স্কুটীখন। দুৰ্ঘটনাত থিতাতে নিহত এজন স্কুটী...

গুৱাহাটীৰ লখৰাৰ পিঠাগুৰিৰ ১০নং গৃহত উদ্ধাৰ চিকিৎসকৰ মৃতদেহ…

চিকিৎসকৰ ৰহস্যজনক মৃত্যুগুৱাহাটীত চিকিৎসকৰ ৰহস্যজনক মৃত্যুলখৰাৰ পিঠাগুৰিৰ ১০নং গৃহত উদ্ধাৰ মৃতদেহ মৃত চিকিৎসকগৰাকী পাঠশালাৰ সুজিতা কাশ্যপএখন ব্যক্তিগত চিকিৎসালয়ত কৰ্মৰত আছিল চিকিৎসকগৰাকী ঘটনাস্থলীত উপস্থিত বশিষ্ঠ আৰক্ষী,...

Popular