Breaking

Browsing Category

মৃত্যু

উত্তৰ গুৱাহাটীৰ জাতীয়তাবাদী ভাবা সম্পন্ন বিশিষ্ট ধৰ্মপ্ৰাণা মহিলা ৰেণু বৰুৱাৰ বিয়োগ…

সমগ্ৰ উত্তৰ গুৱাহাটীত শোকৰ ছাঁ উত্তৰ গুৱাহাটী ৰজাদুৱাৰ নিৱাসী সৰবৰহী , ধৰ্মপ্ৰাণা মহিলা ৰেণু বৰুৱাই যোৱা নিশা ইহলীলা সম্বৰণ কৰে । যোৱা ১ মাৰ্চ তাৰিখে শাৰীৰিক অসুস্থ অনুভৱ কৰাত পুত্ৰ বিশ্বজিত বৰুৱাই ততাতয়াকৈ উত্তৰ গুৱাহাটীস্থিত
Read More...

ৰঙিয়া তুলসীবাৰীত পথ দুৰ্ঘটনাত থিতাতে নিহত এজন…

ৰঙিয়াৰ তুলসীবাৰীত পথ দুৰ্ঘটনা ।মঙ্গলবাৰে নিশা সংঘটিত এক পথ দুৰ্ঘটনাত এজন লোকৰ মৃত্যু হয়। দুৰ্ঘটনাত নিহত লোক জন হৈছে যতীন কলিতা ।তুলসীবাৰীৰ মাহতলিৰ যতীন কলিতাৰ বয়স প্রায় ৬০ বছৰ বুলি জানিব পৰা গৈছে ।
Read More...

উত্তৰ গুৱাহাটীৰ বিশিষ্ট ধৰ্মপ্ৰাণা মহিলা ৰেণু বৰুৱাৰ বিয়োগ ! সমগ্ৰ উত্তৰ গুৱাহাটীত শোকৰ ছাঁ…

উত্তৰ গুৱাহাটী ৰজাদুৱাৰ নিৱাসী সৰবৰহী , ধৰ্মপ্ৰাণা মহিলা ৰেণু বৰুৱাই যোৱা নিশা ইহলীলা সম্বৰণ কৰে । যোৱা ১ মাৰ্চ তাৰিখে শাৰীৰিক অসুস্থ অনুভৱ কৰাত পুত্ৰ বিশ্বজিত বৰুৱাই ততাতৰীয়াকৈ উত্তৰ গুৱাহাটীস্থিত ব্যক্তিগত চিকিৎসালয় জি এন আৰ চি
Read More...

নাজিৰাৰ দেওপানীত নিশা ভয়ংকৰ দুৰ্ঘটনাত থিতাতে নিহত দুজন যুৱক…

নাজিৰাৰ দেওপানীত নিশা ভয়ংকৰ দুৰ্ঘটনা। দুৰ্ঘটনাত থিতাতে নিহত দুজন যুৱক। এজোপা প্ৰকাণ্ড গছত খুন্দা মৰাৰ ফলত থিতাতে নিহত হয় দুইজন যুৱক।
Read More...

চিলাপথাৰৰ প্ৰাক্তন আছু নেতা বিনোদ সোনোৱালৰ আকস্মিক বিয়োগ, বিভিন্নজনৰ শোক প্ৰকাশ…

চিলাপথাৰৰ প্ৰাক্তন আছু নেতা বিনোদ সোনোৱালৰ আকস্মিক বিয়োগ,বিভিন্নজনৰ শোক প্ৰকাশ সদৌ অসম ছাত্ৰ সন্থাৰ প্ৰাক্তন নেতা বিনোদ ওৰফে (চেনিৰাম) সোনোৱালৰ (৫২) আকস্মিক মৃত্যুৰ খবৰে চিলাপথাৰত গভীৰ শোকৰ ছাঁ পেলাইছে।চিলাপথাৰ নগৰ এলেকাৰ চিলা গুটুং
Read More...

যুৱ চিকিৎসকৰ অকাল মৃত্যুত চিলাপথাৰত গভীৰ শোকৰ ছাঁ…

যুৱ চিকিৎসকৰ অকাল মৃত্যুত চিলাপথাৰত গভীৰ শোকৰ ছাঁ যোৱা নিশা গোগামুখত সংঘটিত গুৰুতৰ পথ দুৰ্ঘটনাত চিকিৎসক তথা মেধাৱী যুৱক সঞ্জয় চুংক্রাং (৩৫) ৰ অকাল মৃত্যুৰ ঘটনাই গভীৰ শোকৰ ছাঁ পেলাইছে চিলাপথাৰত। জানিব পৰা মতে যোৱা নিশা নলবাৰীৰ পৰা
Read More...

বহিঃৰাজ্যত কৰ্মৰ সন্ধানত গৈ মৃত্যুক আঁকোৱালি ল’লে হেলেমৰ এজন লোক…

বহিঃৰাজ্যত কৰ্মৰ সন্ধানত গৈ মৃত্যুক আঁকোৱালি ললে হেলেমৰ এজন লোক।নশ্বৰ দেহ নিজ গৃহত আহি পোৱাৰ পিছত এক শোকাকুল পৰিবেশে বিৰাজ কৰিছে হেলেম চাহ বাগিছাত। কৰ্মৰ সন্ধানত বহিঃৰাজ্য মহাৰাষ্ট্ৰ লৈ মধ্যপ্ৰদেশত মৃত্যুক আঁকোৱালি ললে হেলেম চাহ বাগিছাৰ ৪
Read More...

ভাৰত মাতৃৰ হকে সেৱা আগবঢ়োৱা এজন ভাৰতীয় সেনা জোৱানৰ অকাল বিয়োগত মৰ্মাহত সমগ্ৰ বিলাসীপাৰা…

ভাৰত মাতৃৰ হকে সেৱা আগবঢ়োৱা এজন ভাৰতীয় সেনা জোৱানৰ অকাল বিয়োগত মৰ্মাহত সমগ্ৰ বিলাসীপাৰা |বিলাসীপাৰাৰ সাপটগ্ৰাম শান্তিপুৰ গাঁৱৰ বাসিন্দা জয়কান্ত দাসৰ পুত্ৰ ভাৰতীয় সেনা বাহিনীৰ জোৱান দেৱজিৎ দাসৰ অকাল বিয়োগৰ খবৰে মৰ্মাহত কৰি তুলিছে সমগ্ৰ
Read More...

কিংবদন্তি গায়ক পদ্মশ্ৰী পংকজ উধাছৰ মৃত্যু

‘চিঠি আয়ি হায়’ৰ দৰে স্মৰণীয় জনপ্ৰীয় গীত উপহাৰ দিয়া কিংবদন্তি গায়ক পদ্মশ্ৰী পংকজ উধাছৰ দীৰ্ঘদিনীয়া অসুস্থতাৰ অন্তত সোমবাৰে মৃত্যু হয়। মৃত্যুৰ সময়ত তেওঁৰ বয়স আছিল ৭২ বছৰ। "নাম", "সাজন"
Read More...

১০ হাজাৰ টকীয়া গছপুলিৰ ফ্ৰম পূৰাবলৈ গৈ প্ৰাণ গ’ল মহিলাৰ…

গহপুৰত পথ দুৰ্ঘটনা। ১০ হাজাৰ টকীয়া গছপুলিৰ ফ্ৰম পূৰাবলৈ আহি প্ৰাণ গ'ল মহিলাৰ । গহপুৰৰ ব্ৰহ্মাজানৰ মহেন্দ্ৰপুৰত ভয়ংকৰ দুৰ্ঘটনা ৷ ১৫ নং ৰাষ্ট্ৰীয় ঘাইপথত এই দুৰ্ঘটনা ৷ থিতাতে নিহত এগৰাকী মহিলা ৷
Read More...