মেঘালয় শ্বিলং কাণ্ডৰ মাষ্টাৰ মাইণ্ড জেৰেমিয়া প’থমিক গ্ৰেপ্তাৰ

মেঘালয় আৰক্ষীৰ জালত শ্বিলং কাণ্ডৰ মাষ্টাৰ মাইণ্ড

ছাত্রনেতা জেৰেমিয়া প’থমিক গ্ৰেপ্তাৰ আৰক্ষীৰ।

খাচি ছাত্ৰ সন্থাৰ কেন্দ্ৰীয় সহকাৰী সাংগঠনিক সম্পাদক।

শ্বিলঙৰ নিজ বাসগৃহৰ পৰা ছাত্রনেতাজনক কৰে গ্ৰেপ্তাৰ।

পেট্ৰ’ল বোমা নিক্ষেপৰ আঁৰতো প’থমি জড়িতৰ সন্দেহ।

১৯ আগষ্টত মুখত ক’লা কাপোৰ বান্ধি গাড়ী ভাঙিছিল প’থমিয়ে।

অৱশেষত মেঘালয় আৰক্ষীৰ জালত শ্বিলং কাণ্ডৰ মাষ্টাৰ মাইণ্ড ছাত্রনেতা জেৰেমিয়া প’থমি।

Related Articles