যাৱজ্জীৱন কাৰাদণ্ডৰে দণ্ডিত অগপ নেতা জিণ্টু চৌধুৰীক।
কামৰূপ জিলা ন্যায়াধীশ আদালতে দিলে এই ৰায়।
অজয় জেকা হত্যাকাণ্ডৰ গোচৰত দোষী সাব্যস্ত অগপ নেতাজন।
২০০৭ চনত নাৰেংগীৰ সেনা ছাউনীত ঘটিছিল হত্যাকাণ্ড।
১৯ বছৰৰ পাছত ন্যায় পালে অজয় ডেকাৰ পৰিয়ালে।