Breaking

লোকসভা নিৰ্বাচনৰ টিকট প্ৰত্যাশীয়ে ভিৰ কৰিছে ৰাজীৱ ভৱনত !

0 30

লোকসভা নিৰ্বাচনৰ টিকট প্ৰত্যাশীয়ে ভিৰ কৰিছে ৰাজীৱ ভৱনত , কংগ্ৰেছৰ গুৱাহাটীৰ মুখ্য কাৰ্যালয় ৰাজীৱ ভৱনত টিকট প্ৰত্যাশীয়ে ভিৰ কৰিছে। সোমবাৰৰ পৰা আৰম্ভ হোৱা টিকট বিচৰা প্ৰক্ৰিয়াৰ তৃতীয়টো দিনটোতো আবেদন পত্ৰ ল’লে বিভিন্নজনে।চাবুৱা বিধান সভা সমষ্টিৰ প্ৰাক্তন বিধায়ক ৰাজু চাহুৱে ডিব্ৰুগড় লোকসভা সমষ্টিৰ বাবে আবেদন পত্ৰ জমা দিলে। ৰাজু চাহুৱে ডিব্ৰুগড় লোকসভা সমষ্টিৰ বাবে আবেদন পত্ৰৰ লগত দিলে ধুবুৰী লোকসভা সমষ্টিৰ বাবে আবেদন পত্ৰ ল’লে মানকাচাৰ সমষ্টিৰ প্ৰাক্তন বিধায়ক ডাঃ মতিউৰ ৰহমান মণ্ডলে। গুৱাহাটী লোকসভা সমষ্টিৰ বাবে আবেদন পত্ৰ ল’লে প্ৰাক্তন ৰাজ্য সভাৰ সাংসদ দ্বীজেন শৰ্মাই।

Leave A Reply