সাহিত্য সংস্কৃতি

Republic day । গণৰাজ্য দিৱস: ভাৰতৰ গণতন্ত্ৰৰ জয়ৰ দিন, ৰাজ্যত কোনে ক’ত পতাকা উত্তোলন কৰিব

Republic day । গণৰাজ্য দিৱস: ভাৰতৰ গণতন্ত্ৰৰ জয়ৰ দিন, ৰাজ্যত কোনে ক'ত পতাকা উত্তোলন কৰিব

Gunotsav – 2025 । কুমুৰীগাঁৱ এল্ পি্ স্কুলত সফলতাৰে সমাপন হ’ল গুণোৎসৱ – ২০২৫ৰ বহি: মূল্যায়ন

২৩জানুৱাৰী,২০২৫ঃ Gunotsav - 2025 । জিলাৰ চাপৰ শিক্ষা খণ্ডৰ অন্তৰ্গত কুমুৰীগাঁৱ এল্ পি্ স্কুলত চলিত বৰ্ষৰ দ্বিতীয় পৰ্যায়ৰ তৃতীয় দিনৰ সফলতাৰে সমাপন হ'ল গুণোৎসৱ - ২০২৫ৰ বহি: মূল্যায়ন। গুণোৎসৱ হৈছে বিদ্যালয় শিক্ষা ব্যৱস্থাৰ গুণগত মান উন্নয়নৰ অৰ্থে ৰাজ্য চৰকাৰৰ এক পদক্ষেপ।

২৯জানুৱাৰীৰ পৰা ৩০জানুৱাৰীলৈ পৰ্যটন বিভাগ আৰু ধুবুৰী জিলা প্ৰশাসনৰ উদ্যোগত আয়োজিত মধুপুৰ উৎসৱৰ প্ৰস্তুতিৰ বুজ ল’লে মন্ত্ৰী ৰণজিৎ কুমাৰ দাসে । Ranjit Kumar Das

২৯জানুৱাৰীৰ পৰা ৩০জানুৱাৰীলৈ পৰ্যটন বিভাগ আৰু ধুবুৰী জিলা প্ৰশাসনৰ উদ্যোগত আয়োজিত মধুপুৰ উৎসৱৰ প্ৰস্তুতিৰ বুজ ল'লে মন্ত্ৰী ৰণজিৎ কুমাৰ দাসে । Ranjit Kumar Das

Dhing । ধিঙত ১২৮ তম নেতাজী জন্ম জয়ন্তী উদযাপন

Dhing । ধিঙত ১২৮ তম নেতাজী জন্ম জয়ন্তী উদযাপন

Sonitpur District Sahitya Sabha ।শোণিতপুৰ জিলা সাহিত্য সভাৰ চতুৰ্বিংশতিতম দ্বি-বাৰ্ষিক অধিৱেশন সম্পন্ন

২৩ জানুৱাৰী,২০২৫ঃ Sonitpur District Sahitya Sabha । অসম সাহিত্য সভাৰ অন্তৰ্গত শোণিতপুৰ জিলা সাহিত্য সভাৰ চতুৰ্বিংশতিতম দ্বি-বাৰ্ষিক অধিৱেশনখন আজি দিনজোৰা কাৰ্যসূচীৰে শোণিতপুৰ জিলাৰ চাৰিদুৱাৰৰ সীমান্ত মিলন সংঘত অনুষ্ঠিত হয়। চাৰিদুৱাৰ শাখা সাহিত্য সভাৰ উদ্যোগত আৰু বৃহত্তৰ চাৰিদুৱাৰবাসী ৰাইজৰ সহযোগত অনুষ্ঠিত অধিৱেশনখনত পুৱা ৮.৪৫ মিনিটত অসম সাহিত্য সভাৰ পতাকা উত্তোলন কৰে ক্ৰমে জিলা সভাপতি ড০ ভূপেন শইকীয়া, আদৰণী সমিতিৰ সভাপতি অৰুণ ভূঞা আৰু শাখা সভাপতি মিনু হাজৰিকাই ।

Popular