Home
উত্তৰ-পূৰ্বাঞ্চল
অসম
ই-পেপাৰ
দৈনন্দিন বাৰ্তা
Assam Rising
ৰাষ্ট্ৰীয়-আন্তঃৰাষ্ট্ৰীয়
ক্রীড়া-জগত
স্বাস্থ্য বাৰ্তা
APPLY CARD
Apply For Member Card
ফটো
বিনোদন
Home
উত্তৰ-পূৰ্বাঞ্চল
অসম
ই-পেপাৰ
দৈনন্দিন বাৰ্তা
Assam Rising
ৰাষ্ট্ৰীয়-আন্তঃৰাষ্ট্ৰীয়
ক্রীড়া-জগত
স্বাস্থ্য বাৰ্তা
APPLY CARD
Apply For Member Card
ফটো
বিনোদন
Home
উত্তৰ-পূৰ্বাঞ্চল
অসম
ই-পেপাৰ
দৈনন্দিন বাৰ্তা
Assam Rising
ৰাষ্ট্ৰীয়-আন্তঃৰাষ্ট্ৰীয়
ক্রীড়া-জগত
স্বাস্থ্য বাৰ্তা
APPLY CARD
Apply For Member Card
ফটো
বিনোদন
সাহিত্য সংস্কৃতি
কংগ্ৰেছ বিজেপিৰ ‘এ-প্লাছ দল’: মুখ্যমন্ত্ৰীৰ পৰা ধন লোৱাৰ প্ৰমাণ আছে বুলি বিস্ফোৰক অভিযোগ আজমলৰ ।
গৰিমা শইকীয়া গাৰ্গক লৈ চলোৱা অপপ্ৰচাৰক কঠোৰ ভাষাৰে নিন্দা মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ । CM ASSAM
২০ ডিচেম্বৰত অসমলৈ আহিব প্ৰধানমন্ত্ৰী মোদী, নতুন বছৰৰ পূৰ্বে ৰাইজক দিব বিশেষ উপহাৰ । Narendra Modi
Poetry recitation competition: নীৰেন বৰুৱা সোঁৱৰণী কবিতা আবৃত্তি প্ৰতিযোগিতা
অসম
দৈনন্দিন বাৰ্তা
-
November 24, 2024
নিউ আৰ্ট প্লেয়াৰ্ছ সাংস্কৃতিক প্ৰকল্পৰ নৱনিৰ্মিত প্ৰেক্ষাগৃহত ২৪ নবেম্বৰতা নীৰেন বৰুৱা(Neeren Baruah) সোঁৱৰণী আবৃত্তি প্ৰতিযোগিতা(Poetry recitation competition) আয়োজন কৰে৷
Lachit Borphukan:দেশপ্ৰেমঃ বীৰত্বৰ বিৰল সত্তা
অসম
দৈনন্দিন বাৰ্তা
-
November 24, 2024
দেশপ্ৰেম নো আচলতে কি? বিখ্যাত ৰুছ সাহিত্যিক লিঅ' টলষ্টয়ে দেশপ্ৰেম(Patriotism) সম্বন্ধে কৈছে- দেশপ্ৰেমৰ(Lachit Borphukan) আটাইতকৈ সহজ, স্পষ্ট আৰু নিঃসন্দেহ অৰ্থ শাসক সকলৰ বাবে তেওঁলোকৰ উচ্চাকাংক্ষা আৰু লোভী ইচ্ছা লাভ কৰাৰ এক উপায় আৰু শাসিত সকলৰ বাবে ক্ষমতাত থকা সকলৰ ওচৰত মানৱীয় মৰ্য্যাদা, যুক্তি, বিবেক আৰু দাসত্বৰ মোহ ত্যাগ কৰাৰ বাহিৰে আন একো নহয়।
Jatiya Vidyalaya । পাঠ্যপুথিৰ অধ্যায়ৰ বিষয়বস্তুক জীৱন্ত ৰূপত উপস্থাপন এজাক শিশুৰ
মুখ্য-পৃষ্ঠা
দৈনন্দিন বাৰ্তা
-
November 21, 2024
বৰ্তমান সময়ৰ প্ৰতিযোগিতামূলক পাঠ্যক্ৰমৰ জৰিয়তে শিশুৰ শিক্ষণ প্ৰণালী অধিক জটিল আৰু যান্ত্ৰিক কৰি তোলা হৈছে, সেইসময়তে নগাঁও জিলাৰ বঢ়মপুৰৰ এখন অগ্ৰণী শিক্ষানুষ্ঠান জ্ঞানদীপ জাতীয় বিদ্যালয়ে (jatiya vidyalaya) পাঠ্যক্ৰমৰ বিষয়সমূহক সজীৱ আৰু সাৱলীল কৰিবলৈ সৰল আৰু সহজে বোধগম্য হোৱাকৈ এক সুন্দৰ পন্থা অৱলম্বন কৰি দাঙি ধৰিলে উৎকৃষ্ট নিদৰ্শন ।
Uric Acid:শৰীৰত ইউৰিক এচিডৰ প্ৰভাৱ আৰু নিৰাময়
অসম
দৈনন্দিন বাৰ্তা
-
November 21, 2024
ইউৰিক এচিড(Uric Acid) হৈছে জীৱৰ তেজত পোৱা এটা আৱৰ্জনা আৰু ই শৰীৰত পিউৰিন ভাঙিলে সৃষ্টি হয়। আকৌ পিউৰিন হ’ল আমি দৈনন্দিন খোৱা কিছুমান খাদ্য আৰু পানীয়ত পোৱা যায়।
Children’s Rights:শিশুৰ অধিকাৰ, সুৰক্ষা, আইন আৰু প্ৰাসংগিক চিন্তা
অসম
দৈনন্দিন বাৰ্তা
-
November 21, 2024
শিশু হৈছে দেশৰ অমূল্য সম্পদ, ভৱিষ্যৎ সমাজৰ গুৰি ধৰোতা(Children's Rights)। অফুৰন্ত মৰম-চেনেহ, আদৰ-যত্ন, উপযুক্ত তদাৰক, উপযুক্ত শিক্ষা, পথ-নিৰ্দেশনা আদিৰ(Law and relevant concerns) দ্বাৰা একো একোজন শিশু প্ৰকৃত মানৱ সম্পদলৈ ৰূপান্তৰিত হয় আৰু দেশ তথা জাতিৰ হকে সেৱা আগবঢ়াই উজলি উঠে।
1
...
40
41
42
...
123
Page 41 of 123
Popular
Imran Khan: পাকিস্তানৰ প্ৰাক্তন প্ৰধানমন্ত্ৰী আৰু তেওঁৰ পত্নীক ১৭ বছৰৰ কাৰাদণ্ড
দৈনন্দিন বাৰ্তা
-
December 20, 2025