Home
উত্তৰ-পূৰ্বাঞ্চল
অসম
ই-পেপাৰ
দৈনন্দিন বাৰ্তা
Assam Rising
ৰাষ্ট্ৰীয়-আন্তঃৰাষ্ট্ৰীয়
ক্রীড়া-জগত
স্বাস্থ্য বাৰ্তা
APPLY CARD
Apply For Member Card
ফটো
বিনোদন
Home
উত্তৰ-পূৰ্বাঞ্চল
অসম
ই-পেপাৰ
দৈনন্দিন বাৰ্তা
Assam Rising
ৰাষ্ট্ৰীয়-আন্তঃৰাষ্ট্ৰীয়
ক্রীড়া-জগত
স্বাস্থ্য বাৰ্তা
APPLY CARD
Apply For Member Card
ফটো
বিনোদন
Home
উত্তৰ-পূৰ্বাঞ্চল
অসম
ই-পেপাৰ
দৈনন্দিন বাৰ্তা
Assam Rising
ৰাষ্ট্ৰীয়-আন্তঃৰাষ্ট্ৰীয়
ক্রীড়া-জগত
স্বাস্থ্য বাৰ্তা
APPLY CARD
Apply For Member Card
ফটো
বিনোদন
সাহিত্য সংস্কৃতি
কংগ্ৰেছ বিজেপিৰ ‘এ-প্লাছ দল’: মুখ্যমন্ত্ৰীৰ পৰা ধন লোৱাৰ প্ৰমাণ আছে বুলি বিস্ফোৰক অভিযোগ আজমলৰ ।
গৰিমা শইকীয়া গাৰ্গক লৈ চলোৱা অপপ্ৰচাৰক কঠোৰ ভাষাৰে নিন্দা মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ । CM ASSAM
২০ ডিচেম্বৰত অসমলৈ আহিব প্ৰধানমন্ত্ৰী মোদী, নতুন বছৰৰ পূৰ্বে ৰাইজক দিব বিশেষ উপহাৰ । Narendra Modi
Majuli । জনগোষ্ঠীয় সাংস্কৃতিক ঐক্যমঞ্চ মাজুলীৰ
অসম
দৈনন্দিন বাৰ্তা
-
November 9, 2024
সমগ্ৰ অসমৰ লগতে মাজুলীতো অসমীয়া ভাষাই ধ্ৰুপদী ভাষাৰ স্বীকৃতি লাভ কৰাত সপ্তাহজুৰি ভাষা গৌৰৱ সপ্তাহ উদযাপন কৰা হৈছে (Majuli) । জনগোষ্ঠীয় সাংস্কৃতিক ঐক্যমঞ্চ অসমৰ মাজুলী জিলা সমিতিৰ উদ্যোগত এই সপ্তাহ জোৰা কাৰ্যসূচীৰ সামৰণি অনুষ্ঠান অংশ হিচাবে আজি মাজুলীৰ ৰাজগুৰুবাৰী প্ৰাথমিক বিদ্যালয়ত জিলা সভাপতি ৰমেশ চন্দ্ৰ শইকীয়াৰ সভাপতিত্বত ভাষা গৌৰৱ সপ্তাহৰ সামৰণি অনুষ্ঠান সম্পন্ন হয়। মাজুলী জিলা জনগোষ্ঠীয় সাংস্কৃতিক ঐক্যমঞ্চৰ সম্পাদক শংকুসিদ্ধ নাথে আঁত ধৰি উদ্দেশ্য ব্যাখ্যা কৰা সভাখন উদ্বোধন কৰে মাজুলী জিলা যুৱ -ছাত্ৰ পৰিষদৰ সভাপতি মুনিন্দ্ৰ ভূঞাই ।
Dhubri । কাছাৰীহাটত ধ্ৰুপদী ভাষা গৌৰৱ সপ্তাহ, ধুবুৰী জিলা সাহিত্য সভাৰ কাৰ্যনিৰ্বাহ
অসম
দৈনন্দিন বাৰ্তা
-
November 7, 2024
ধুবুৰী (Dhubri) জিলাৰ কাছাৰীহাট শাখা সাহিত্য সভাৰ উদ্যোগত আৰু ধুবুৰী জিলা সাহিত্য সভাৰ দিনজোৰা কাৰ্যসূচীৰে ধুবুৰী জিলা সাহিত্য সভাৰ বৰ্ধিত কাৰ্যনিৰ্বাহক, ধ্ৰুপদী ভাষা গৌৰৱ সপ্তাহ আৰু কুঁহি অনুষ্ঠান কেইটা নৃত্য গীত- মাত, অসম সাহিত্য সভাৰ জয়ধ্বনিৰে কাছাৰীহাটৰ আকাশ-বতাহ মুখৰিত হৈ পৰে।
Kahinur Theatre: কহিনুৰৰ মঞ্চত ‘পিঞ্জৰা’ আৰু সুৱাসনা, চলিত নাট্যবৰ্ষৰ এক উল্লেখযোগ্য প্ৰযোজনা
assam
দৈনন্দিন বাৰ্তা
-
November 7, 2024
প্ৰতিটো নাট্যবৰ্ষতে ভ্ৰাম্যমাণ থিয়েটাৰ উদ্যোগটোত অতি কমেও ৭০-৭৫খন নাটক মঞ্চস্থ হয়(Kahinur Theatre)। অৰ্থাত একাধিক নাট্যকাৰে ইমানকেইখন নাটক লিখি উলিয়ায়। ইয়াৰে ভিতৰত কেইখনমান নাটক ব্যৱসায়িক দিশত যথেষ্ট সফল হয়, প্ৰযোজকে মুনাফা লাভ কৰে। কেইখনমান নাটকক লৈ আলোচনা চলে, নাট্যকাৰে প্ৰশংসা লাভ কৰে।
Drama Jui: বহৰি শ্বহীদ স্মৃতি ৰঙ্গমঞ্চত ‘জুই’
অসম
দৈনন্দিন বাৰ্তা
-
November 6, 2024
বহৰি শ্বহীদ স্মৃতি ৰঙ্গমঞ্চত 'জুই'(Drama Jui)। এই জুই এনেকৈ সম্প্ৰসাৰিত হৈ পৰে যে জুই চাই থকা দৰ্শকসকলে মাঘ মহীয়া জুইৰ উত্তাপ লৈহে যেন বহি আছে। যেন জুই এৰি কোনো উঠি যাব নোৱাৰে।
Anupom Anurag: অসমীয়া পত্ৰোপন্যাসত নতুন সংযোজন কানন পেগুৰ ‘অনুপম অনুৰাগ’
অসম
দৈনন্দিন বাৰ্তা
-
November 6, 2024
“তোমালোকৰ গাঁৱৰ মনোৰম দৃশ্যবোৰ চকুৰ আগত ভাহি থাকে(Anupom Anurag)৷ জিৰ্ জিৰ্ কৈ বৈ থকা জুৰি,ঘন অৰণ্য আৰু উজনিমুৱা ৰে’লা ঝক্ ঝক্ শব্দবোৰে মনত ঢৌ তুলি যায়(Kanan Pegu)৷
1
...
45
46
47
...
123
Page 46 of 123
Popular
Mole: আপোনাৰ ব্যক্তিগত অংশত তিল আছে নেকি ? ব্যক্তিগত অংশত তিল থকা পুৰুষৰ স্বভাৱ কেনেকুৱা ?
দৈনন্দিন বাৰ্তা
-
December 21, 2025