Home
উত্তৰ-পূৰ্বাঞ্চল
অসম
ই-পেপাৰ
দৈনন্দিন বাৰ্তা
Assam Rising
ৰাষ্ট্ৰীয়-আন্তঃৰাষ্ট্ৰীয়
ক্রীড়া-জগত
স্বাস্থ্য বাৰ্তা
APPLY CARD
Apply For Member Card
ফটো
বিনোদন
Home
উত্তৰ-পূৰ্বাঞ্চল
অসম
ই-পেপাৰ
দৈনন্দিন বাৰ্তা
Assam Rising
ৰাষ্ট্ৰীয়-আন্তঃৰাষ্ট্ৰীয়
ক্রীড়া-জগত
স্বাস্থ্য বাৰ্তা
APPLY CARD
Apply For Member Card
ফটো
বিনোদন
Home
উত্তৰ-পূৰ্বাঞ্চল
অসম
ই-পেপাৰ
দৈনন্দিন বাৰ্তা
Assam Rising
ৰাষ্ট্ৰীয়-আন্তঃৰাষ্ট্ৰীয়
ক্রীড়া-জগত
স্বাস্থ্য বাৰ্তা
APPLY CARD
Apply For Member Card
ফটো
বিনোদন
সাহিত্য সংস্কৃতি
কংগ্ৰেছ বিজেপিৰ ‘এ-প্লাছ দল’: মুখ্যমন্ত্ৰীৰ পৰা ধন লোৱাৰ প্ৰমাণ আছে বুলি বিস্ফোৰক অভিযোগ আজমলৰ ।
গৰিমা শইকীয়া গাৰ্গক লৈ চলোৱা অপপ্ৰচাৰক কঠোৰ ভাষাৰে নিন্দা মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ । CM ASSAM
২০ ডিচেম্বৰত অসমলৈ আহিব প্ৰধানমন্ত্ৰী মোদী, নতুন বছৰৰ পূৰ্বে ৰাইজক দিব বিশেষ উপহাৰ । Narendra Modi
Bhupen Hazarika: ভূপেনদাৰ ‘মে’ড ইন ইটালী’ৰ চছমাযোৰ আৰু দুগৰাকী কলিয়াবৰীয়াৰ কাহিনী
assam
দৈনন্দিন বাৰ্তা
-
November 4, 2024
ভূপেনদাক কলিয়াবৰবাসীয়ে কলিয়াবৰীয়া বুলিয়ে কয়। শদিয়াত জন্ম লৈ তেজপুৰ, গুৱাহাটী, কলকতা, মুম্বাই যি ঠাইৰে বাসিন্দা নহাওক কিয়, ভূপেনদা(Bhupen Hazarika) কলিয়াবৰীয়া। কলিয়াবৰৰ লগত ভূপেনদাৰ সম্পৰ্ক ফেৰীৰে লুইত পাৰ হৈ শিলঘাটত নামি উজনিলে যোৱাৰ দিনৰে পৰা বুলি তেখেতে নিজেই কৈ গৈছে(Made in Italy)।
Zubeen Garg । জুবিন গাৰ্গৰ সৃষ্টিৰাজিৰ বিষয়ে চৰ্চা কৰাৰ প্ৰয়োজন …
সাহিত্য সংস্কৃতি
দৈনন্দিন বাৰ্তা
-
November 4, 2024
Zubeen Garg । জুবিন গাৰ্গে কোনটো ভাষাত গান গোৱা নাই । জুবিন গাৰ্গক অকল কন্ঠশিল্পী বুলি কলে ভূল কোৱা হ'ব । সমাজৰ আৰ্তজনৰ কাষত থিয় দিয়া ব্যক্তি জুবিন গাৰ্গ । প্ৰজন্মৰ হাৰ্টথ্ৰব জুবিন গাৰ্গে অসমীয়া, হিন্দী, বঙালীকে ধৰি বিভিন্ন ভাষা আৰু উপ-ভাষাত প্ৰায় ৯,০০০তকৈ অধিক গীত গাইছে। জুবিন গাৰ্গক জীৱিত কালতে সন্মান দিয়া প্ৰয়োজন , প্ৰকৃতি ভালপোৱা জুৱিন গাৰ্গে সাধাৰণ মানুহক ভাল পায় । মানুহৰ লগতে থাকি ভালপোৱা এগৰাকী প্ৰসিদ্ধ কণ্ঠশিল্পী জুবিন গাৰ্গে ।
Police Station: শিৱসাগৰত ‘আৰক্ষী চকী’ৰ মঞ্চায়ন
অসম
দৈনন্দিন বাৰ্তা
-
October 31, 2024
১৯৬৭ চনত প্ৰতিষ্ঠা হোৱা শিৱসাগৰৰ সামাজিক অনুষ্ঠান "শিৱসাগৰ যুৱ দল"ৰ ৫৮ সংখ্যক প্ৰতিষ্ঠা দিৱসৰ সৈতে সংগতি ৰাখি অলপতে বিশিষ্ট নাট্যকাৰ দেৱব্ৰত বৰঠাকুৰৰ ৰচনা আৰু পৰিচালনাৰে পূৰ্ণাঙ্গ নাটক "আৰক্ষী চকী"(Police Station) সফলতাৰে মঞ্চায়ন কৰা হয়।
Harhi College, Dhakuakhana । ২৫ পতাকা উত্তোলনেৰে আৰম্ভ হ’ল ঢকুৱাখনাৰ হাৰ্হি কলেজৰ ৰূপালী জয়ন্তী মহোৎসৱ
অসম
দৈনন্দিন বাৰ্তা
-
October 30, 2024
"এক সুস্থ শৈক্ষিক ব্যৱস্থা,সু-স্বাস্থ্য সেৱাৰ ব্যৱস্থা আৰু যাতায়তৰ সু-ব্যৱস্থাইহে এখন সমাজক উন্নতিৰ শিখৰলৈ লৈ যাব পাৰে। মানুহক কৰ্মহীন চিন্তাহীন কৰি তোলা বিভিন্ন চৰকাৰী আঁচনিয়ে কেতিয়াও সমাজৰ বা এটা জাতিৰ উন্নতি সাধিব নোৱাৰে।"-এই তাৎপৰ্যপূৰ্ণ মন্তব্য অসম সাহিত্য সভাৰ প্ৰধান সম্পাদক,তথা অধ্যাপক ড০উপেন্দ্ৰজিৎ শৰ্মাৰ। ( Harhi College, Dhakuakhana)
Land of Paradise: এজন সৈনিকৰ দৃষ্টিৰে ভূ-স্বৰ্গ কাশ্মীৰৰ জনজীৱন
অসম
দৈনন্দিন বাৰ্তা
-
October 30, 2024
গ্ৰন্থখনিত লেখকে 'বিতৰ্কিত ৩৭০ অনুচ্ছেদ আৰু কাশ্মীৰ'ৰে(Land of Paradise) আৰম্ভ কৰিছে। কাশ্মীৰৰ জনজীৱন, কাশ্মীৰৰ(Bhushorg Kashmir) সমস্যা, সম্ভাৱনা, ইতিহাস প্ৰসিদ্ধ কাহিনী, শৈক্ষিক পৰিৱেশ, সন্তাসবাদ, জলবায়ু আদিৰ বিষয়েও বৰ্ণনা কৰিছে।
1
...
46
47
48
...
123
Page 47 of 123
Popular
Mole: আপোনাৰ ব্যক্তিগত অংশত তিল আছে নেকি ? ব্যক্তিগত অংশত তিল থকা পুৰুষৰ স্বভাৱ কেনেকুৱা ?
দৈনন্দিন বাৰ্তা
-
December 21, 2025