সাহিত্য সংস্কৃতি

Saraighat Assam Yearbook-2025:২৪ বছৰত ভৰি দিলে অসমীয়া ভাষাত প্ৰকাশিত প্ৰথম ইয়েৰবুক ‘শৰাইঘাট অসম ইয়াৰবুক-২০২৫’এ

২৪ বছৰত ভৰি দিলে অসমীয়া ভাষাত প্ৰকাশিত প্ৰথমখন ইয়েৰবুকে। ২০০২ চনত প্ৰথমবাৰৰ বাবে প্ৰকাশ পোৱা শৰাইঘাট অসম ইয়াৰবুক-২০২৫(Saraighat Assam Yearbook-2025) গ্ৰন্থখন এইবেলি তথ্যৰ মেটমৰা সম্ভাৰেৰে ২৪ সংখ্যক বৰ্ষৰ সংস্কৰণ হিচাপে প্ৰকাশ পাইছে।

Happy New Year:নতুন বছৰৰ প্ৰাকক্ষনত

ঘড়ীটোৱে মাজনিশা বাৰ বজাৰ সংকেত দিয়াৰ আগলৈকে পৃথিৱীখনে সামূহিকভাৱে ক্ষন্তেক সময়ৰ বাবে উশাহ বন্ধ কৰি ৰাখে আৰু তাৰ পিছত উল্লাসৰ উদযাপনত(Happy New Year) বিস্ফোৰণ ঘটে।

Titabar । তিতাবৰৰ গুণীন্দ্ৰ নাথ হাজৰিকা জাতীয় বিদ্যালয়ৰ ২২ সংখ্যক প্ৰতিষ্ঠা দিৱস উদযাপন

Titabar। তিতাবৰৰ বৃহত্তৰ চুঙী অঞ্চলৰ বিশিষ্ট শিক্ষাবিদ, কবি, নাট্যকাৰ, অভিনেতা গুণীন্দ্ৰ নাথ হাজৰিকাৰ স্মৃতিত তামোলবাৰীত প্ৰতিষ্ঠা কৰা গুণীন্দ্ৰ নাথ হাজৰিকা জাতীয় বিদ্যালয়ৰ ২২ সংখ্যক প্ৰতিষ্ঠা দিৱস সোমবাৰে বৰ্ণাঢ্য কাৰ্যসূচীৰে উদযাপন কৰা হয়।

Blue Flower of Heart:শংকৰদেৱ বিশ্ববিদ্যালয়ত ড° কৰবী কোঁছৰ ‘হৃদয়ৰ নীলা পাহি’ উন্মোচন

নগাঁৱৰ মহাপুৰুষ শ্ৰীমন্ত শংকৰদেৱ বিশ্ববিদ্যালয়ত আজি আয়োজিত এক অনুষ্ঠানত বিশ্ববিদ্যালয়খনৰ অধ্যাপিকা ড° কৰবী কোঁছৰ 'হৃদয়ৰ নীলা পাহি'(Blue Flower of Heart) নামৰ উপন্যাসখন উন্মোচন কৰা হয়।

Art and Literature Awards:শিশু সাহিত্যক-কাৰ্টুন শিল্পী তপন বৰুৱালৈ ‘শিল্প-সাহিত্য বঁটা-২০২৪’

'৪২ৰ গণ আন্দোলনৰ সক্ৰিয় কৰ্মী, কংগ্ৰেছ সেৱা বাহিনীৰ সেনানী মুক্তিযোদ্ধা বগাৰাম দিহিঙীয়াৰ জন্ম শতবৰ্ষৰ লগত সংগতি ৰাখি সামৰণি অনুষ্ঠানটি কাইলৈ অনুষ্ঠিত হ'ব।(Art and Literature Awards)

Popular