সাহিত্য সংস্কৃতি

Rongali Bihu:ৰঙালীৰ বতৰা লৈ অহা স্মৃতিকাতৰ ডিচেম্বৰ মাহ

কলিয়াবৰৰ জখলাবন্ধা বাণিজ্যিক কেন্দ্ৰ চৌবিশ ঘণ্টাই(Rongali Bihu) গ্ৰাহকৰ বাবে মুকলি হৈ থাকে হোটেল আৰু প্ৰায়বোৰ দোকান। দূৰণিবটীয়া যাত্ৰীবাহী বাছসমূহৰ যাত্ৰীৰ দিনে-নিশাই খাদ্য গ্ৰহণৰ স্থান।

Poet Mira Thakur:বিশিষ্ট কবি মীৰা ঠাকুৰৰ মৃত্যু, শোকস্তব্ধ সাহিত্যানুৰাগী

অসমৰ সাহিত্য জগতৰ বাবে এক দুখৰ খবৰ৷ ৰাজ্যৰ এগৰাকী বিশিষ্ট কবি মীৰা ঠাকুৰ(Poet Mira Thakur) আৰু নাই৷

Pushpa 2- The Rule:অভিনেতা আল্লু অৰ্জুনক গ্ৰেপ্তাৰ, জামিনত মুক্তি

জনপ্ৰিয় অভিনেতা আল্লু অৰ্জুনক(Actor Allu Arjun) এক বিশেষ গোচৰত(Pushpa 2- The Rule) আৰক্ষীয়ে গ্ৰেপ্তাৰ কৰাৰ পিছতে সমগ্ৰ দেশজুৰি অভিনেতাগৰাকীৰ অনুৰাগীৰ মাজত হাহাকাৰ লাগে।

Solo Painting Exhibition:শ্ৰীমন্ত শংকৰদেৱ কলাক্ষেŽত্ৰত চিত্ৰশিল্পী পুষ্প গগৈৰ ‘একক চিত্ৰ প্ৰদৰ্শনী’

উত্তৰ-পূৰ্বাঞ্চলৰ প্ৰকৃতিৰ অপূৰ্ব সৌন্দৰ্যক ভাল পোৱা স্ব-শিক্ষিত শিল্পী ড০ পুষ্প গগৈৰ(Dr. Pushpa Gogoi) একক চিত্ৰ প্ৰদৰ্শনী শ্ৰীমন্ত শংকৰদেৱ কলাক্ষেত্ৰৰ কলা ভৱনত চলি আছে।(Solo Painting Exhibition) বুধবাৰে বিয়লি চাৰি বজাত আৰম্ভ হোৱা চিত্ৰ প্ৰদৰ্শনীখনৰ দ্বাৰ মুকলি কৰে শ্ৰীমন্ত শংকৰদেৱ কলাক্ষেত্ৰৰ(Srimanta Sankardev Kalakshetra) সচিব সুদৰ্শন ঠাকুৰে।

Education and Teachers:বিষয়ঃ শিŽক্ষা আৰু শিŽক্ষক

এই পৃথিৱীত মানুহেই হ’ল একমাত্ৰ চিন্তাশীল জীৱ।(Education and Teachers) এই গুণটোৰ বাবেই মানুহক কোৱা হয় জীৱশ্ৰেষ্ঠ। চিন্তাশীল বা চিন্তাশক্তি বুলিলে যিখন ক্ষেত্ৰ চিহ্নিত কৰাহয়, সেই ক্ষেত্ৰখন হ’ল বৌদ্ধিক ক্ষেত্ৰ। বৌদ্ধিক ক্ষেত্ৰৰ বিকাশত যিখন ক্ষেত্ৰই নিৰ্ণায়ক ভূমিকা গ্ৰহণ কৰে সেই ক্ষেত্ৰখনেই হ’ল শৈক্ষিক ক্ষেত্ৰ।

Popular