Home
উত্তৰ-পূৰ্বাঞ্চল
অসম
ই-পেপাৰ
দৈনন্দিন বাৰ্তা
Assam Rising
ৰাষ্ট্ৰীয়-আন্তঃৰাষ্ট্ৰীয়
ক্রীড়া-জগত
স্বাস্থ্য বাৰ্তা
APPLY CARD
Apply For Member Card
ফটো
বিনোদন
Home
উত্তৰ-পূৰ্বাঞ্চল
অসম
ই-পেপাৰ
দৈনন্দিন বাৰ্তা
Assam Rising
ৰাষ্ট্ৰীয়-আন্তঃৰাষ্ট্ৰীয়
ক্রীড়া-জগত
স্বাস্থ্য বাৰ্তা
APPLY CARD
Apply For Member Card
ফটো
বিনোদন
Home
উত্তৰ-পূৰ্বাঞ্চল
অসম
ই-পেপাৰ
দৈনন্দিন বাৰ্তা
Assam Rising
ৰাষ্ট্ৰীয়-আন্তঃৰাষ্ট্ৰীয়
ক্রীড়া-জগত
স্বাস্থ্য বাৰ্তা
APPLY CARD
Apply For Member Card
ফটো
বিনোদন
সাহিত্য সংস্কৃতি
জুবিন গাৰ্গ ইছ্যুটোক অলপ মচলা সানিব লাগিব ,জুবিন গাৰ্গ বিষয়ক লৈ ৰাজনৈতিক কৌশল কংগ্ৰেছৰ ।
অসম জাতীয় পৰিষদৰ প্ৰথমখন প্ৰাৰ্থী তালিকা প্ৰকাশ, ৮টা সমষ্টিত প্ৰাৰ্থী ঘোষণা
জুবিনক্ষেত্ৰ পৰিদৰ্শন ১১ জনীয়া কমিটীৰ । zubeen garg
Harhi College, Dhakuakhana । ২৫ পতাকা উত্তোলনেৰে আৰম্ভ হ’ল ঢকুৱাখনাৰ হাৰ্হি কলেজৰ ৰূপালী জয়ন্তী মহোৎসৱ
অসম
দৈনন্দিন বাৰ্তা
-
October 30, 2024
"এক সুস্থ শৈক্ষিক ব্যৱস্থা,সু-স্বাস্থ্য সেৱাৰ ব্যৱস্থা আৰু যাতায়তৰ সু-ব্যৱস্থাইহে এখন সমাজক উন্নতিৰ শিখৰলৈ লৈ যাব পাৰে। মানুহক কৰ্মহীন চিন্তাহীন কৰি তোলা বিভিন্ন চৰকাৰী আঁচনিয়ে কেতিয়াও সমাজৰ বা এটা জাতিৰ উন্নতি সাধিব নোৱাৰে।"-এই তাৎপৰ্যপূৰ্ণ মন্তব্য অসম সাহিত্য সভাৰ প্ৰধান সম্পাদক,তথা অধ্যাপক ড০উপেন্দ্ৰজিৎ শৰ্মাৰ। ( Harhi College, Dhakuakhana)
Land of Paradise: এজন সৈনিকৰ দৃষ্টিৰে ভূ-স্বৰ্গ কাশ্মীৰৰ জনজীৱন
অসম
দৈনন্দিন বাৰ্তা
-
October 30, 2024
গ্ৰন্থখনিত লেখকে 'বিতৰ্কিত ৩৭০ অনুচ্ছেদ আৰু কাশ্মীৰ'ৰে(Land of Paradise) আৰম্ভ কৰিছে। কাশ্মীৰৰ জনজীৱন, কাশ্মীৰৰ(Bhushorg Kashmir) সমস্যা, সম্ভাৱনা, ইতিহাস প্ৰসিদ্ধ কাহিনী, শৈক্ষিক পৰিৱেশ, সন্তাসবাদ, জলবায়ু আদিৰ বিষয়েও বৰ্ণনা কৰিছে।
Kabita Kabita Lagaa Gan: শ্ৰুতিমধুৰ গীত ‘কবিতা কবিতা লগা গান’
assam
দৈনন্দিন বাৰ্তা
-
October 28, 2024
সংগীতৰ শ্ৰুতিমধুৰতাৰ যি ধাৰা সেয়া ‘কবিতা কবিতা লগা গান’(Kabita Kabita Lagaa Gan) শীৰ্ষক গীতটিয়ে সুন্দৰভাৱে ধৰি ৰাখিবলৈ সক্ষম হোৱাৰ বাবে গীতটিৰ সংগীতকাৰ, গীতিকাৰ, সুৰকাৰ মানস হাজৰিকা, ভিডিঅ’ পৰিচালনা তথা সম্পাদনাৰ কাম কৰা অন্তৰীপ হাজৰিকা তথা গীতটি সাৱলীল অভিনয়েৰে প্ৰাণময়(Shrutimodhur Git) কৰি তোলা নীল দাস আৰু মেঘৰঞ্জনী মেধিকো মনীষা হাজৰিকাই প্ৰশংসা কৰে৷
Ronga Shimoloor Rodot: ধেমাজি গ্ৰন্থমেলাত যুৱকবি মিণ্টু দাসৰ কাব্যগ্ৰন্থ ‘ৰঙা শিমলুৰ ৰ’দত’ উন্মোচন
অসম
দৈনন্দিন বাৰ্তা
-
October 28, 2024
সদৌ ধেমাজি জিলা ছাত্ৰ সন্থা আৰু সদৌ অসম পুথি প্ৰকাশক আৰু বিক্ৰেতা সন্থাৰ উদ্যোগত ধেমাজি কাছাৰী ময়দানত ৯ দিনীয়াকৈ অনুষ্ঠিত হোৱা তৃতীয় ধেমাজি গ্ৰন্থ উৎসৱৰ কালি দ্বিতীয় দিনাৰ সন্ধিয়াৰ অন্তিম কাৰ্যসূচী কবি সন্মিলনত ১৪ বাৰকৈ ৰাজ্যিক পৰ্যায়ত পুৰস্কাৰ আৰু বঁটাৰে সন্মানিত ধেমাজিৰ যুৱকবি মিণ্টু দাসৰ নৱতম কাব্য সংকলন 'ৰঙা শিমলুৰ ৰ'দত'(Ronga Shimoloor Rodot) উন্মোচন হৈ যায়।
BPL Nita Ambani: আইপিএল চলোৱা নীতা আম্বানী বনাম বিপিএলৰ ‘নীতা আম্বানী’
অসম
দৈনন্দিন বাৰ্তা
-
October 27, 2024
বহুকেইটা সৃষ্টিৰ আধাৰেই হ’ল সাহিত্য। ইয়াৰ মাজত গল্প, কবিতা, উপন্যাস, প্ৰৱন্ধ-নিৱন্ধ আৰু নাটকেই প্ৰধান(BPL Nita Ambani)। এটা গল্পই প্ৰচাৰ লাভ কৰি নাট্যৰূপ পোৱালৈকে সাহিত্যমুদীৰ মাজত যিদৰে চৰ্চা লাভ কৰে সেইদৰে নাট্যৰূপ পোৱাৰ পিছতো মূল কাহিনীটো কেনেধৰণে ব্ৰতী থাকে সেয়া নাট পৰিৱেশনৰ ওপৰত নিৰ্ভৰ কৰে(IPL Nita Ambani)।
1
...
68
69
70
...
144
Page 69 of 144
Popular
BJP: বিজেপি দলৰ তালিকা DB NEWSৰ হাততঃ বিজেপিৰ ৫ গৰাকী বিধায়কৰ টিকট কৰ্তন
দৈনন্দিন বাৰ্তা
-
March 18, 2026