Home
উত্তৰ-পূৰ্বাঞ্চল
অসম
ই-পেপাৰ
দৈনন্দিন বাৰ্তা
Assam Rising
ৰাষ্ট্ৰীয়-আন্তঃৰাষ্ট্ৰীয়
ক্রীড়া-জগত
স্বাস্থ্য বাৰ্তা
APPLY CARD
Apply For Member Card
ফটো
বিনোদন
Home
উত্তৰ-পূৰ্বাঞ্চল
অসম
ই-পেপাৰ
দৈনন্দিন বাৰ্তা
Assam Rising
ৰাষ্ট্ৰীয়-আন্তঃৰাষ্ট্ৰীয়
ক্রীড়া-জগত
স্বাস্থ্য বাৰ্তা
APPLY CARD
Apply For Member Card
ফটো
বিনোদন
Home
উত্তৰ-পূৰ্বাঞ্চল
অসম
ই-পেপাৰ
দৈনন্দিন বাৰ্তা
Assam Rising
ৰাষ্ট্ৰীয়-আন্তঃৰাষ্ট্ৰীয়
ক্রীড়া-জগত
স্বাস্থ্য বাৰ্তা
APPLY CARD
Apply For Member Card
ফটো
বিনোদন
সাহিত্য সংস্কৃতি
জুবিন গাৰ্গ ইছ্যুটোক অলপ মচলা সানিব লাগিব ,জুবিন গাৰ্গ বিষয়ক লৈ ৰাজনৈতিক কৌশল কংগ্ৰেছৰ ।
অসম জাতীয় পৰিষদৰ প্ৰথমখন প্ৰাৰ্থী তালিকা প্ৰকাশ, ৮টা সমষ্টিত প্ৰাৰ্থী ঘোষণা
জুবিনক্ষেত্ৰ পৰিদৰ্শন ১১ জনীয়া কমিটীৰ । zubeen garg
Bismay:’বিস্ময়’ক জীয়াই ৰাখিলে শশীদা সদায় জীয়াই থাকিব- জুবিন গাৰ্গ
অসম
দৈনন্দিন বাৰ্তা
-
October 26, 2024
অসমৰ সাহিত্যজগত উকা কৰি, নৱপ্ৰজন্মৰ হাতত কলম তুলিবলৈ শিকোৱা, কাকত-আলোচনী পঢ়িবলৈ উদ্বুদ্ধ কৰা শশীদাৰ স্বৰ্গগামী হোৱা বাতৰিয়ে আবেগিক কৰিছে। মাত্ৰ ২৩ বছৰ বয়সত, যি সময়ত অসমৰ কাকত আলোচনী মুষ্টিমেয় একাংশ লোকেহে পঢ়িছিল, তেনে সময়তে সকলো স্তৰৰ পঢ়ুৱৈয়ে পঢ়িব পৰাকৈ বিস্ময় যুৱকজনে 'বিস্ময়'(Bismay) প্ৰকাশ কৰি অসমৰ বৌদ্ধিক জগতখনৰ বিকাশৰ ক্ষেত্ৰত মাইলৰ খুঁটি স্থাপন কৰিছিল, সেইগৰাকী দূৰদৰ্শী সাংবাদিক, সাহিত্যিক শশী ফুকন ডাঙৰীয়াৰ মৃত্যু অসমৰ বৌদ্ধিক জগতৰ বাবে দুঃখজনক খবৰ(Zubeen Garg)
Book Fair Dhemaji । ৯ দিনীয়া তৃতীয় ধেমাজি গ্ৰন্থ উৎসৱ ২০২৪ৰ শুভাৰম্ভ
অসম
দৈনন্দিন বাৰ্তা
-
October 26, 2024
( Dhemaji )গ্ৰন্থক বাদ দি জীৱন গঢ়াৰ উপায় নাই, সংগ্ৰাম কৰি জীয়াই থকা ভাষাটোৱেই হল অসমীয়া ভাষা, এই মন্তব্য সদৌ অসম ছাত্র সন্থাৰ সভাপতি উৎপল শর্মাৰ ৷ (Book Fair Dhemaji ) উদুলিমুদুলি ধেমাজি গ্ৰন্থ উৎসৱৰ বাকৰি ৷ আজিৰে পৰা ন দিনীয়াকৈ ধেমাজিৰ ঐতিহাসিক কাছাৰী ময়দানৰ বাকৰিত অনুষ্ঠিত হৈছে তৃতীয় ধেমাজি গ্ৰন্থ উৎসৱ ৷
Jyoti Chitraban । জ্যোতি চিত্ৰবনত চলচ্চিত্ৰমৰ ৰাষ্ট্ৰীয় চলচ্চিত্ৰম মহোৎসৱ আৰম্ভ
সাহিত্য সংস্কৃতি
দৈনন্দিন বাৰ্তা
-
October 26, 2024
চলচ্চিত্ৰৰ জৰিয়তে ৰাষ্ট্ৰীয়তাবাদক উৎসাহিত কৰাৰ মহান উদ্দেশ্য সন্মুখত ৰাখি আয়োজিত অষ্টম চলচ্চিত্ৰম ৰাষ্ট্ৰীয় চলচ্চিত্ৰ মহোৎসৱ-২০২৪ৰ আজিৰে পৰা দুদিনীয়াকৈ আৰম্ভ হৈছে । গুৱাহাটীৰ কাহিলীপাৰাৰ জ্যোতি চিত্ৰবন প্ৰাংগনত আয়োজিত এই চলচ্চিত্ৰ মহোৎসৱখন আনুষ্ঠানিকভাৱে উদ্বোধন কৰি কটন বিশ্ববিদ্যালয়ৰ উপাচাৰ্য অধ্যাপক ৰমেশ চন্দ্ৰ ডেকাই কয় যে, ছবি এখন নিৰ্মাণ কৰোতে কাৰিকৰ, ব্যৱসায়ীক, সাংস্কৃতিক দিশ আদিৰ প্ৰতি মনোযোগ দিয়াৰ সমান্তৰালভাৱে চৰিত্ৰ সমূহ উপস্হাপনত লক্ষ্য ৰাখিব লাগে ৷ (Jyoti Chitraban)
Bononir Chokulo: বননীৰ চকুলো- এখন বৰ সুন্দৰ গ্ৰন্থ পঢ়িলোঁ
অসম
দৈনন্দিন বাৰ্তা
-
October 26, 2024
'সমাজৰ কাৰণে গুৰুত্বপূৰ্ণ বিষয় সন্দৰ্ভত যেতিয়াই আমি মনে মনে থাকিবলৈ আৰম্ভ কৰোঁ সেই দিনাই আমাৰ জীৱন শেষ হৈ যাবলৈ আৰম্ভ কৰে।' কথাষাৰ কৈছিল মাৰ্টিন লুথাৰ কিং। 'বননিৰ চকুলো'(Bononir Chokulo) নামৰ শিৱ সাধক, পৰশুৰাম কাকতিৰ দ্বাৰা ৰচিত উপন্যাসখনত সেই কথাই প্ৰতিপন্ন হৈছে
National Film Festival 2024: জ্যোতি চিত্ৰবনত ২৬ অক্টোবৰৰ পৰা চলচ্চিত্ৰমৰ ৰাষ্ট্ৰীয় চলচ্চিত্ৰম মহোৎসৱ
সাহিত্য সংস্কৃতি
দৈনন্দিন বাৰ্তা
-
October 25, 2024
চলচ্চিত্ৰৰ জৰিয়তে ৰাষ্ট্ৰীয়তাবাদক উৎসাহিত কৰাৰ লগতে ভাৰতৰ কেবাহাজাৰ বৰ্ষ পুৰণি সভ্যতা, সংস্কৃতি আৰু ঐতিহ্যক শ্ৰদ্ধা জ্ঞাপনৰ মহান উদ্দেশ্য সন্মুখত ৰাখি আয়োজিত অষ্টম চলচ্চিত্ৰম ৰাষ্ট্ৰীয় চলচ্চিত্ৰ মহোৎসৱ-২০২৪ৰ(National Film Festival 2024) ২৬ আৰু ২৭ অক্টোবৰত দুদিনীয়াকৈ অনুষ্ঠিত হ'ব। গুৱাহাটীৰ কাহিলীপাৰাৰ জ্যোতি চিত্ৰবন প্ৰাংগনত আয়োজিত এই চলচ্চিত্ৰ মহোৎসৱত ৫০খন তথ্যচিত্ৰ আৰু চুটি ছবিৰ প্ৰদৰ্শনৰ ব্যৱস্থা কৰা হৈছে(Jyoti Chitraban)
1
...
69
70
71
...
144
Page 70 of 144
Popular
BJP: বিজেপি দলৰ তালিকা DB NEWSৰ হাততঃ বিজেপিৰ ৫ গৰাকী বিধায়কৰ টিকট কৰ্তন
দৈনন্দিন বাৰ্তা
-
March 18, 2026