সোণাপুৰত উত্তপ্ত পৰিস্থিতি।
সোণাপুৰৰ নাজিৰাখাট টোল গেটত উত্তপ্ত পৰিস্থিতিৰ সৃষ্টি।
ভয়ংকৰ পথ দুৰ্ঘটনাৰ পাছতে ক্ষুব্ধ দল-সংগঠন, স্থানীয় ৰাইজ।
ৰাইজ, দল-সংগঠনে উঠাই দিলে টোলগেট।
স্থানীয় দল সংগঠনৰ লগতে ৰাইজে টোল গেট বন্ধ কৰি দিয়ে।
ৰাইজৰ দাবী যেতিয়ালৈকে ডিমৰীয়া অঞ্চলৰ মাজেৰে যোৱা ২৭ নং ৰাষ্ট্ৰীয় ঘাইপথ বিজ্ঞানসন্মত ভাৱে মেৰামতি নকৰে তেতিয়ালৈকে যানবাহনৰ পৰা কোনোধৰণৰ টোল কৰ সংগ্ৰহ কৰিব নিদিয়ৰ হুংকাৰ প্ৰদান কৰে।

