ৰাষ্ট্ৰীয়

Salman Khan: চলমান খানৰ নিৰাপত্তা বৃদ্ধি, বেলকনিত বুলেটপ্ৰুফ গ্লাছ আৰু ইলেক্ট্ৰিক ফেন্সিঙ সংস্থাপন

Salman Khan: চলমান খানৰ নিৰাপত্তা বৃদ্ধি, বেলকনিত বুলেটপ্ৰুফ গ্লাছ আৰু ইলেক্ট্ৰিক ফেন্সিঙ সংস্থাপন

Indian hair: ভাৰতীয়ৰ চুলিৰ পৰা টকা উপাৰ্জন কৰে এইসমূহ দেশে!

Indian hair: ভাৰতীয়ৰ চুলিৰ পৰা টকা উপাৰ্জন কৰে এইসমূহ দেশে!

Mamata Banerjee । দেশৰ দুখীয়া মুখ্যমন্ত্ৰীৰ তালিকাত শীৰ্ষত আছে মমতা বেনাৰ্জীৰ নাম

Mamata Banerjee । দেশৰ দুখীয়া মুখ্যমন্ত্ৰীৰ তালিকাত শীৰ্ষত আছে মমতা বেনাৰ্জীৰ নাম

Tezpur University:তেজপুৰ বিশ্ববিদ্যালয়ৰ দ্বা-বিংশতিতম সমাৱৰ্তন সমোৰোহ

“তোমালোকে নিজৰ শৈক্ষিক যাত্ৰাত এটা মাইলৰ খুটিত উপনীত হৈছা৷(Tezpur University) এতিয়া এই ধাৰাবাহিকতাৰ বাবে ভৱিষ্যত যাত্ৰা সমাগত৷ আগন্তুক পদক্ষেপত উপলব্ধ বিভিন্ন দুৱাৰৰ যেতিয়া সন্মুখীন হ’বা, তেতিয়া বহু সুবিধা আৰু সফলতা প্ৰাপ্তিৰ পথ দেখিবলৈ পাবা৷ ইয়াৰ সমান্তৰালভাৱে বিভিন্ন প্ৰত্যাহ্বানৰো সন্মুখীন হ’বা ৷

Saraighat Assam Yearbook-2025:২৪ বছৰত ভৰি দিলে অসমীয়া ভাষাত প্ৰকাশিত প্ৰথম ইয়েৰবুক ‘শৰাইঘাট অসম ইয়াৰবুক-২০২৫’এ

২৪ বছৰত ভৰি দিলে অসমীয়া ভাষাত প্ৰকাশিত প্ৰথমখন ইয়েৰবুকে। ২০০২ চনত প্ৰথমবাৰৰ বাবে প্ৰকাশ পোৱা শৰাইঘাট অসম ইয়াৰবুক-২০২৫(Saraighat Assam Yearbook-2025) গ্ৰন্থখন এইবেলি তথ্যৰ মেটমৰা সম্ভাৰেৰে ২৪ সংখ্যক বৰ্ষৰ সংস্কৰণ হিচাপে প্ৰকাশ পাইছে।

Popular