ৰাষ্ট্ৰীয়

Bhutan and Assam।অসম-ভূটানৰ মাজত থকা ঐতিহ্যপূর্ণ সম্পর্ক অধিক সুদৃঢ়কৰণ সন্দৰ্ভত মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ আলোচনা

Bhutan and Assam। ৰয়েল ভূটান চৰকাৰৰ আমন্ত্রণমর্মে চাৰিদিনীয়া ভ্রমণসূচীৰে সম্প্রতি ভূটান ভ্রমণৰত মুখ্যমন্ত্রী ড৹ হিমন্ত বিশ্ব শর্মাই মঙলবাৰে ভ্ৰমণৰ দ্বিতীয়টো দিনত ভূটানৰ ৰজা জিগমে খেছাৰ নামগিয়াল ৱাংচুকক সাক্ষাৎ কৰি অসম-ভূটানৰ মাজত থকা ঐতিহ্যপূর্ণ সম্পর্কক অধিক সুদৃঢ়কৰণৰ ক্ষেত্রত এক গুৰুত্বপূর্ণ আলোচনাত মিলিত হয় ।

Blue Flower of Heart:শংকৰদেৱ বিশ্ববিদ্যালয়ত ড° কৰবী কোঁছৰ ‘হৃদয়ৰ নীলা পাহি’ উন্মোচন

নগাঁৱৰ মহাপুৰুষ শ্ৰীমন্ত শংকৰদেৱ বিশ্ববিদ্যালয়ত আজি আয়োজিত এক অনুষ্ঠানত বিশ্ববিদ্যালয়খনৰ অধ্যাপিকা ড° কৰবী কোঁছৰ 'হৃদয়ৰ নীলা পাহি'(Blue Flower of Heart) নামৰ উপন্যাসখন উন্মোচন কৰা হয়।

Assam-Meghalaya border:অসম-মেঘালয় সীমান্তত পুনৰ খাছীয়াৰ দপদপনি

পাৰ্বত্য জিলা পশ্চিম কাৰ্বি আংলঙৰ অসম-মেঘালয় সীমান্তত(Assam-Meghalaya border) পুনৰ খাছীলোকৰ(Khasia) উদ্ভণ্ডালি তথা পথনিৰ্মাণত বাধা দিয়াৰ তথ্য পোহৰলৈ আহিছে৷ প্ৰাপ্ত বাতৰি অনুসৰি, অসম চৰকাৰৰ অসমমালা ২.০ আঁচনিৰ অধীনত এটি পথনিৰ্মাণৰ কাম হামৰেণৰ পৰা খান্দুলিলৈ চলি আছে৷

Mangaldai Book Fair:মঙলদৈৰ গ্ৰন্থমেলাত অৰ্ধ শতাধিক গ্ৰন্থপ্ৰেমীক মূল্যৱান গ্ৰন্থ উপহাৰ দিলে কাৰ্যবাহী অভিযন্তা ভবেন বৰ্মনে

মঙলদৈ গ্ৰন্থমেলাৰ(Mangaldai Book Fair) ১৪ ডিচেম্বৰৰ সামৰণিৰ দিনটোত দেখা পোৱা গ'ল এক ব‌্যতিক্ৰমী আৰু উৎসাহজনক পদক্ষেপ

Dr. Shivnath Burman:বিজ্ঞানমনস্ক যাত্ৰাই সুৱঁৰিলে ড০ শিৱনাথ বৰ্মনক

মোৰ সমসাময়িক হ’লেও ডঃ শিৱনাথ বৰ্মনৰ(Dr. Shivnath Burman) সৈতে মোৰ ঘনিষ্ঠতা অলপ দেৰিকৈ আৰম্ভ হৈছিল৷ কাৰণ আামাৰ কৰ্ম পদ্ধতি পৃথক আছিল৷

Popular