ৰাষ্ট্ৰীয়

India-China Border Tensions: ভাৰত চীন সীমান্তৰ দেপছাং আৰু ডেমচৌকৰ পৰা পিছুৱালে ভাৰত আৰু চীনৰ সেনা

পূব লাডাখৰ দেপছাং আৰু ডেমচৌক(Depsang and Demchok)ৰ সীমান্তৰ পৰা ভাৰত আৰু চীনে দুয়োখন দেশৰ সেনা প্ৰত্যাহাৰৰ প্ৰক্ৰিয়া সম্পূৰ্ণ কৰে(India-China Border Tensions)। এতিয়াৰে পৰা সীমান্তৰ দুয়োপাৰে দুয়োখন দেশৰ সেনাই সমন্বিতভাৱে আৰম্ভ কৰিব টহল ।

Deepotsav celebration in Ayodhya: আজি গিনিজ বুক অৱ ৱৰ্ল্ড ৰেকৰ্ডত লিপিবদ্ধ হ’ব অযোধ্যাৰ ২টা বিশ্ব অভিলেখ

উত্তৰ প্ৰদশৰ মুখ্যমন্ত্ৰী আদিত্যানাথ যোগীৰ উপস্থিতিত অযোধ্যাত হ'ব দুটাকৈ বিশ্ব অভিলেখ । ইফালে মঙলবাৰে সন্ধিয়া, শ শ মহিলাই মা চৰয়ুৰ সন্মুখত প্ৰদৰ্শন কৰিলে বিশাল আৰতি(Deepotsav celebration in Ayodhya) ।

Land of Paradise: এজন সৈনিকৰ দৃষ্টিৰে ভূ-স্বৰ্গ কাশ্মীৰৰ জনজীৱন

গ্ৰন্থখনিত লেখকে 'বিতৰ্কিত ৩৭০ অনুচ্ছেদ আৰু কাশ্মীৰ'ৰে(Land of Paradise) আৰম্ভ কৰিছে। কাশ্মীৰৰ জনজীৱন, কাশ্মীৰৰ(Bhushorg Kashmir) সমস্যা, সম্ভাৱনা, ইতিহাস প্ৰসিদ্ধ কাহিনী, শৈক্ষিক পৰিৱেশ, সন্তাসবাদ, জলবায়ু আদিৰ বিষয়েও বৰ্ণনা কৰিছে।

Youngest Pancreatic Donor: মৃত্যুৰ পিছতো ৪ জনক নতুন জীৱন দিলে এটি শিশুৱে

কেনিয়াৰ ২ বছৰীয়া এটি শিশুৰ মৃত্যুয়ে ভাৰতত ইতিহাসৰ সৃষ্টি কৰিছে। এই দুখৰ সময়ত তেওঁৰ পিতৃ-মাতৃয়ে এনে এটা সিদ্ধান্ত ল'লে যিয়ে মানুহৰ জীৱন ৰক্ষা কৰে।(Youngest Pancreatic Donor) 

MP Gaurav Gogoi: বিহালীত বিলাতী সুৰাৰ দোকান বন্ধ কৰি স্কুল খুলিব কংগ্ৰেছেঃ সাংসদ গৌৰৱ গগৈ

মন্ত্ৰী বিধায়কে ভৰি পৰিছে ৭৭নং বিহালী বিধান সভা সমষ্টিৰ(MP Gaurav Gogoi)। উল্লেখযোগ্য যে ১৩ নৱেম্বৰত অনুষ্ঠিত হ'ব লগীয়া উপ-নিৰ্বাচনকলৈ(Bihali By Election) ব্যস্ত ৰাজ্যৰ শাসক বিৰোধী ৰাজনীতি দল।

Popular