ৰাষ্ট্ৰীয়

Delhi Bomb Blast: দিল্লী বিস্ফোৰণৰ তদন্তৰ দ্বায়িত্ব বিশেষ কোষ বা এন আই এলৈ হস্তান্তৰ কৰাৰ সম্ভাৱনা

দিল্লীৰ প্ৰশান্ত বিহাৰ অঞ্চলত সংঘটিত বোমা বিস্ফোৰণৰ পাছতে বিস্ফোৰক আইন(Explosives Act)ৰ অধীনত দিল্লী আৰক্ষীয়ে এটা গোচৰ ৰুজু কৰে(Delhi Bomb Blast)। অৱশ্যে এই গোচৰটোৰ তদন্তৰ দ্বায়িত্ব বিশেষ কোষ অথবা এন আই এলৈ স্থানান্তৰ কৰাৰ সম্ভাৱনা আছে ।

Police Raid in Pub: পাবত চলি আছিল অশ্লীল নৃত্য, এই সময়তে চলিল আৰক্ষীৰ অভিযান; আটক ৪০ যুৱতী সহিতে ১০০ৰো অধিক লোক

এখন পাবত চলি আছিল অশ্লীল নৃত্যৰ প্ৰদৰ্শন । ইয়াৰ মাজতে লাগিল কেনা (Police Raid in Pub)। অশ্লীল নৃত্যৰ প্ৰদৰ্শন(Obscene dance performance)ত অংশ লোৱাৰ অভিযোগত পাবখনৰ পৰা আৰক্ষীয়ে গ্ৰেপ্তাৰ কৰিলে ৪০ যুৱতীকে ধৰি ১৪০ জন লোকক ।

Rajasthan Road Accident: চলন্ত বাছে মহতিয়াই নিলে এখন টেম্প’ক; শোকাৱহ দুৰ্ঘটনাটোত ৯টিকৈ শিশুসহ নিহত ১২ গৰাকী লোক

শনিবাৰে নিশা ৰাজস্থানৰ ঢোলপুৰত সংঘটিত হয় এটা শোকাৱহ পথ দুৰ্ঘটনা । দুৰ্ঘটনাটোত ১২ গৰাকী লোকৰ মৃত্যু ঘটিছে । নিহতসকলৰ ভিতৰত আছে ৯ টি শিশু, ২ গৰাকী মহিলা আৰু এজন পুৰুষ(Rajasthan Road Accident) ।

Singer Bornali Kalita: কণ্ঠশিল্পী বৰ্ণালী কলিতালৈ সন্মানীয় ডক্টৰেট ডিগ্ৰী

দিল্লীৰ Integrated Global University য়ে সন্মানীয় ডক্টৰেট ডিগ্ৰী প্ৰদান কৰে কণ্ঠশিল্পী বৰ্ণালী কলিতাক।(Singer Barnali Kalita)

Floating cash incident: নলাৰে ভাঁহি আহিল অসংখ্য ৫০০ টকীয়া নোট, নলাত জপিয়াই বিভিন্নজনে সংগ্ৰহ কৰিলে প্ৰায় ২.৫ লাখ টকা

এটা নলাৰে ভাঁহি আহিল ৫০০ টকীয়া অসংখ্য নোট (Floating cash incident)। তাকে দেখি ৰব নোৱাৰি সেই স্থানত উপস্থিত অসংখ্য লোকে লৰালৰিকৈ নোটবোৰ ল'বৰ বাবে জপিয়াই পৰিল নলাটোত(Sangli drain money)।

Popular