ৰাষ্ট্ৰীয়

Pita: চুমি ৰহমানৰ উপন্যাস ‘পিতা- নেপথ্যৰ নিৰৱ নাৱিক’উন্মোচন

আমবাৰীস্থিত গুৱাহাটী প্ৰেছ ক্লাৱত শিনবাৰে গুৱাহাটী প্ৰেছ ক্লাবত বিশিষ্ট সাহিত্যিক প্ৰভাত গোস্বামীয়ে লেখিকা চুমি ৰহমানৰ "পিত- নেপথ্যৰ নিৰৱ নাৱিক"(Pita) শীৰ্ষক উপন্যাসখন উন্মোচন কৰে(Novelist Sumi Rohman)৷

Tourists In Himachal Pradesh: প্ৰদূষণৰ পৰা হাত সাৰিবলৈ দিল্লী, চণ্ডীগড়ৰ পৰা হিমাচললৈ দৌৰিছে পৰ্যটক

মানালীত বৃদ্ধি পাইছে পৰ্যটকৰ ভিৰ। দিল্লীৰ বায়ুৰ মান দীপাৱলীৰ পূৰ্বে হ্ৰাস পাবলৈ ধৰিলে। দীপাৱলীৰ নিশা ৰাজধানীত প্ৰদূষণৰ মাত্ৰা বৃদ্ধি পাইছিল।(Tourists In Himachal Pradesh)

Weather: দীপাৱলীৰ পিছতো শীত অহা নাই কিয়? বতৰ বিজ্ঞান বিভাগে জনালে নৱেম্বৰতো নাহে শীত

সাধাৰণতে দেৱালীৰ আশে-পাশে ঠাণ্ডা অনুভৱ কৰিবলৈ আৰম্ভ কৰে আৰু গৰম কাপোৰ পিন্ধিবলগীয়া হয়। কিন্তু, এইবাৰ দীপাৱলীৰ দুদিন পাৰ হৈ গ’ল আৰু এতিয়াও ঠাণ্ডা হোৱা নাই। (Weather)

Age Controversy: ঝল, মুছলমানক সন্তুষ্ট কৰাই জেএমএণৰ উদ্দেশ্য…

ঝাৰখণ্ড বিধানসভাৰ নিৰ্বাচন দিন চমু চাপি অহাৰ লগে লগে ৰাজ্যখনত বিজেপিয়েও প্ৰচাৰ জৰদাৰ কৰি তুলিছে। এই প্ৰচাৰত মুখ্য ভূমিকা গ্ৰহণ কৰিছে অসমৰ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই(Age Controversy)।

Empty Stage: বিশিষ্ট নাট্যকাৰ, অভিনেতা তথা পৰিচালক কুলদা কুমাৰ ভট্টাচাৰ্যৰ মৃত্যু

বিশিষ্ট নাট্যকাৰ-অনাতাঁৰ শিল্পী, অভিনেতা(Empty Stage) তথা পৰিচালক কুলদা কুমাৰ ভট্টাচাৰ্য(Director Kulda Kumar Bhattacharya) আৰু নাই। গুৰুতৰভাৱে অসুস্থ হৈ পৰা প্ৰবীণ অভিনেতা-পৰিচালক কুলদা কুমাৰ ভট্টাচাৰ্যৰ শুকুৰবাৰে সন্ধিয়া প্ৰায় ৮.৩০ বজাত মৃত্যু ঘটে।

Popular