ৰাষ্ট্ৰীয়

AI-Based ECG Services: এইমছৰ ৰোগীয়ে এআই প্ৰযুক্তিৰ জৰিয়তে লাভ কৰিব ECG ৰ সুবিধা

দিল্লী এইমছত ভৰ্তি হোৱা ৰোগীসকলে বিচনাৰ কাষত এআই প্ৰযুক্তিৰ জৰিয়তে ECG ৰ সুবিধা লাভ কৰিব(AI-Based ECG Services)। ইয়াৰ বাবে প্ৰয়োজন নাথাকিব কোনো টেকনিচিয়ানৰ ।

Ratan Tata health rumors: স্বাস্থ্যৰ অৱনতিৰ উৰাবাতৰি অস্বীকাৰ কৰি ৰতন টাটাই জনালে, তেওঁ সুস্থ হৈ আছে

মই বৰ্তমান সুস্থ হৈ আছো - এক বাৰ্তাৰ জৰিয়তে টাটা চন্সৰ প্ৰাক্তন অধ্যক্ষ ৰতন টাটাই তেওঁৰ স্বাস্থ্যসম্পৰ্কীয় সন্দেহ আঁতৰাই সকলোকে জনালে এই কথা(Ratan Tata health rumors) ।

Muizzu At Rashtrapati Bhavan: ৰাষ্ট্ৰপতি ভৱনত মালদ্বীপৰ ৰাষ্ট্ৰপতি মহম্মদ মুইজজুক উষ্ম আদৰণি

ভাৰত ভ্ৰমণৰত মালদ্বীপৰ ৰাষ্ট্ৰপতি মহম্মদ মুইজজুক ৰাষ্ট্ৰপতি ভৱনত ৰাষ্ট্ৰপতি দ্ৰৌপদী মুৰ্মু আৰু প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে আদৰণি জনায়(Muizzu At Rashtrapati Bhavan)।

Free Food In Train: যাত্ৰীয়ে বিনামূলীয়া খাদ্য পোৱা এখন ৰে’ল, এই ছুপাৰফাষ্ট ৰে’লখন কোনটো পথত চলে জানেনে ?

আমাৰ দেশৰ এখন ৰে’ল য'ত যাত্ৰীসকলে খাবলৈ পায় বিনামূলীয়াকৈ খাদ্য(Free Food In Train) । পিছে এই ছুপাৰফাষ্ট ৰে’লখনৰ নাম, খাদ্য যোগানৰ পদ্ধতি আৰু এই ৰে’লখন কোনটো পথত চলে জানিবলৈ পঢ়ক এই প্ৰতিবেদন ।

Chennai Air Show Tragedy: চেন্নাইৰ মেৰিনা বিচত শোকাৱহ দুৰ্ঘটনা; চাৰিজনৰ মৃত্যু, ২৩০ জন আহত

চেন্নাইৰ মেৰিনা বিচত আয়োজিত এয়াৰ শ্ব’ত শোকাৱহ দুৰ্ঘটনা(Chennai Air Show Tragedy) । এই দুৰ্ঘটনাত দৰ্শকৰ মাজৰ ৪ গৰাকী লোকৰ মৃত্যু ঘটাৰ লগতে ২৩০ গৰাকী লোক আহত হৈছে। লক্ষাধিক লোকৰ ভিৰৰ বাবেই এই শোকাৱহ ঘটনাটো সংঘটিত হয়।

Popular