Home
উত্তৰ-পূৰ্বাঞ্চল
অসম
ই-পেপাৰ
দৈনন্দিন বাৰ্তা
Assam Rising
ৰাষ্ট্ৰীয়-আন্তঃৰাষ্ট্ৰীয়
ক্রীড়া-জগত
স্বাস্থ্য বাৰ্তা
APPLY CARD
Apply For Member Card
ফটো
বিনোদন
Home
উত্তৰ-পূৰ্বাঞ্চল
অসম
ই-পেপাৰ
দৈনন্দিন বাৰ্তা
Assam Rising
ৰাষ্ট্ৰীয়-আন্তঃৰাষ্ট্ৰীয়
ক্রীড়া-জগত
স্বাস্থ্য বাৰ্তা
APPLY CARD
Apply For Member Card
ফটো
বিনোদন
Home
উত্তৰ-পূৰ্বাঞ্চল
অসম
ই-পেপাৰ
দৈনন্দিন বাৰ্তা
Assam Rising
ৰাষ্ট্ৰীয়-আন্তঃৰাষ্ট্ৰীয়
ক্রীড়া-জগত
স্বাস্থ্য বাৰ্তা
APPLY CARD
Apply For Member Card
ফটো
বিনোদন
ৰাষ্ট্ৰীয়
৬ দিনতেই ১০ লাখৰো অধিক লোকৰ অংশগ্ৰহণেৰে বিজেপিৰ ‘জন আশীৰ্বাদ যাত্ৰা’; অসমজুৰি ধ্বনি— “আহিছে আহিছে হিমন্ত আহিছে” । CMO ASSAM
ছমৰীয়াৰ ডেকাচাং উচ্চ মাধ্যমিক বিদ্যালয়ৰ পুখুৰীৰ মাটি বেদখলৰ চেষ্টা :: বিদ্যালয় কতৃপক্ষ, স্থানীয় ৰাইজ, শিক্ষক- শিক্ষয়িত্ৰীকে ছাত্ৰ- ছাত্ৰীৰ মাজত তীব্ৰ প্ৰতিক্ৰিয়া:
গুৱাহাটীৰ সামগ্ৰিক উন্নয়নৰ লক্ষ্যৰে মন্ত্ৰী জয়ন্ত মল্লবৰুৱাৰ কেইবাটাও উন্নয়নমূলক প্ৰকল্পৰ আধাৰশিলা আৰু উদ্ধোধন
PM Modi Big Warning: ‘ডিজিটেল এৰেষ্ট’ সন্দৰ্ভত সকীয়ালে প্ৰধানমন্ত্ৰী মোদীয়ে, দিলে ইয়াৰ পৰা হাত সৰাৰ উপায়
মুখ্য-পৃষ্ঠা
দৈনন্দিন বাৰ্তা
-
October 27, 2024
ডিজিটেল এৰেষ্টৰ প্ৰৱঞ্চনাক লৈ উদ্বেগ প্ৰকাশ কৰি প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে জনসাধাৰণক ইয়াৰ পৰা হাত সাৰিবৰ বাবে দিলে পৰামৰ্শ(PM Modi Big Warning)।
Fake Amul Ghee: সাৱধান! উৎসৱৰ বতৰত বজাৰত আমূলৰ নকল ঘিউ; কেনেকৈ চিনাক্ত কৰিব এই নকল ঘিউ ?
মুখ্য-পৃষ্ঠা
দৈনন্দিন বাৰ্তা
-
October 27, 2024
উৎসৱৰ বতৰত বজাৰত আমূলৰ নামত ভুৱা ঘিউ বিক্ৰী হোৱা পৰিলক্ষিত হৈছে(Fake Amul Ghee)। এই সন্দৰ্ভত অমূলে গ্ৰাহকসকলক কৰি দিছে সাৱধান ।
Bismay:’বিস্ময়’ক জীয়াই ৰাখিলে শশীদা সদায় জীয়াই থাকিব- জুবিন গাৰ্গ
অসম
দৈনন্দিন বাৰ্তা
-
October 26, 2024
অসমৰ সাহিত্যজগত উকা কৰি, নৱপ্ৰজন্মৰ হাতত কলম তুলিবলৈ শিকোৱা, কাকত-আলোচনী পঢ়িবলৈ উদ্বুদ্ধ কৰা শশীদাৰ স্বৰ্গগামী হোৱা বাতৰিয়ে আবেগিক কৰিছে। মাত্ৰ ২৩ বছৰ বয়সত, যি সময়ত অসমৰ কাকত আলোচনী মুষ্টিমেয় একাংশ লোকেহে পঢ়িছিল, তেনে সময়তে সকলো স্তৰৰ পঢ়ুৱৈয়ে পঢ়িব পৰাকৈ বিস্ময় যুৱকজনে 'বিস্ময়'(Bismay) প্ৰকাশ কৰি অসমৰ বৌদ্ধিক জগতখনৰ বিকাশৰ ক্ষেত্ৰত মাইলৰ খুঁটি স্থাপন কৰিছিল, সেইগৰাকী দূৰদৰ্শী সাংবাদিক, সাহিত্যিক শশী ফুকন ডাঙৰীয়াৰ মৃত্যু অসমৰ বৌদ্ধিক জগতৰ বাবে দুঃখজনক খবৰ(Zubeen Garg)
BTC Elections: বিটিচি নিৰ্বাচনত বিপিএফে কাৰো লগত নকৰে মিত্ৰতা
ৰাষ্ট্ৰীয়
দৈনন্দিন বাৰ্তা
-
October 26, 2024
বিটিচিৰ নিৰ্বাচন ২০২৫ চনৰ এপ্ৰিল মাহতে অনুষ্ঠিত হ'ব আৰু বিপিএফ দলে কমেও ২৫-৩০খন আসনত জয়লাভ কৰি অকলেই চৰকাৰ বনাব। নিৰ্বাচনৰ(BTC Elections) আগে পাছে বিপিএফ দলে কোনো দলৰ লগত মিত্ৰতা নকৰে। মিত্ৰতাৰ বিষয়ে ইউপিপি এল দলে যি বিলাক কথা কয় সেই বিলাক কথা বিশ্বাস নকৰিব৷ ৰাইজক বিভ্ৰান্ত কৰিবলৈ ইউপিপিএলৰ এয়া ষড়যন্ত্ৰ। অকল ইউপিপিএল নহয় বিপিএফে কংগ্ৰেছ, অগপ, বিজেপি বা অন্য কোনো দলৰ লগত মিত্ৰতা নকৰে এয়া স্পষ্ট কথা৷ মিত্ৰতা সম্পৰ্কীয় কোনো কথাতে দলৰ কৰ্মী-সমৰ্থকক দুশ্চিন্তাত ভূগিব নালাগে
Israeli Airstrikes On Iran: ইৰাণৰ ওপৰত ইজৰাইলৰ বিমান আক্ৰমণক গৰিহনা কাটাৰ, জৰ্ডান, ইউ এ ইৰ
মুখ্য-পৃষ্ঠা
দৈনন্দিন বাৰ্তা
-
October 26, 2024
ইৰাণৰ ওপৰত ইজৰাইলৰ বিমান আক্ৰমণক গৰিহণা দিছে কাটাৰ, জৰ্ডান আৰু সংযুক্ত আৰৱ আমিৰাতে(Israeli Airstrikes On Iran)। ছৌদি আৰবেও এই বিমান আক্ৰমণক দিছিল গৰিহণা ।
1
...
72
73
74
...
195
Page 73 of 195
Popular
৬ দিনতেই ১০ লাখৰো অধিক লোকৰ অংশগ্ৰহণেৰে বিজেপিৰ ‘জন আশীৰ্বাদ যাত্ৰা’; অসমজুৰি ধ্বনি— “আহিছে আহিছে হিমন্ত আহিছে” । CMO ASSAM
দৈনন্দিন বাৰ্তা
-
March 7, 2026