Home
উত্তৰ-পূৰ্বাঞ্চল
অসম
ই-পেপাৰ
দৈনন্দিন বাৰ্তা
Assam Rising
ৰাষ্ট্ৰীয়-আন্তঃৰাষ্ট্ৰীয়
ক্রীড়া-জগত
স্বাস্থ্য বাৰ্তা
APPLY CARD
Apply For Member Card
ফটো
বিনোদন
Home
উত্তৰ-পূৰ্বাঞ্চল
অসম
ই-পেপাৰ
দৈনন্দিন বাৰ্তা
Assam Rising
ৰাষ্ট্ৰীয়-আন্তঃৰাষ্ট্ৰীয়
ক্রীড়া-জগত
স্বাস্থ্য বাৰ্তা
APPLY CARD
Apply For Member Card
ফটো
বিনোদন
Home
উত্তৰ-পূৰ্বাঞ্চল
অসম
ই-পেপাৰ
দৈনন্দিন বাৰ্তা
Assam Rising
ৰাষ্ট্ৰীয়-আন্তঃৰাষ্ট্ৰীয়
ক্রীড়া-জগত
স্বাস্থ্য বাৰ্তা
APPLY CARD
Apply For Member Card
ফটো
বিনোদন
ৰাষ্ট্ৰীয়
৬ দিনতেই ১০ লাখৰো অধিক লোকৰ অংশগ্ৰহণেৰে বিজেপিৰ ‘জন আশীৰ্বাদ যাত্ৰা’; অসমজুৰি ধ্বনি— “আহিছে আহিছে হিমন্ত আহিছে” । CMO ASSAM
ছমৰীয়াৰ ডেকাচাং উচ্চ মাধ্যমিক বিদ্যালয়ৰ পুখুৰীৰ মাটি বেদখলৰ চেষ্টা :: বিদ্যালয় কতৃপক্ষ, স্থানীয় ৰাইজ, শিক্ষক- শিক্ষয়িত্ৰীকে ছাত্ৰ- ছাত্ৰীৰ মাজত তীব্ৰ প্ৰতিক্ৰিয়া:
গুৱাহাটীৰ সামগ্ৰিক উন্নয়নৰ লক্ষ্যৰে মন্ত্ৰী জয়ন্ত মল্লবৰুৱাৰ কেইবাটাও উন্নয়নমূলক প্ৰকল্পৰ আধাৰশিলা আৰু উদ্ধোধন
Police Raid in Pub: পাবত চলি আছিল অশ্লীল নৃত্য, এই সময়তে চলিল আৰক্ষীৰ অভিযান; আটক ৪০ যুৱতী সহিতে ১০০ৰো অধিক লোক
মুখ্য-পৃষ্ঠা
দৈনন্দিন বাৰ্তা
-
October 20, 2024
এখন পাবত চলি আছিল অশ্লীল নৃত্যৰ প্ৰদৰ্শন । ইয়াৰ মাজতে লাগিল কেনা (Police Raid in Pub)। অশ্লীল নৃত্যৰ প্ৰদৰ্শন(Obscene dance performance)ত অংশ লোৱাৰ অভিযোগত পাবখনৰ পৰা আৰক্ষীয়ে গ্ৰেপ্তাৰ কৰিলে ৪০ যুৱতীকে ধৰি ১৪০ জন লোকক ।
Rajasthan Road Accident: চলন্ত বাছে মহতিয়াই নিলে এখন টেম্প’ক; শোকাৱহ দুৰ্ঘটনাটোত ৯টিকৈ শিশুসহ নিহত ১২ গৰাকী লোক
মুখ্য-পৃষ্ঠা
দৈনন্দিন বাৰ্তা
-
October 20, 2024
শনিবাৰে নিশা ৰাজস্থানৰ ঢোলপুৰত সংঘটিত হয় এটা শোকাৱহ পথ দুৰ্ঘটনা । দুৰ্ঘটনাটোত ১২ গৰাকী লোকৰ মৃত্যু ঘটিছে । নিহতসকলৰ ভিতৰত আছে ৯ টি শিশু, ২ গৰাকী মহিলা আৰু এজন পুৰুষ(Rajasthan Road Accident) ।
Singer Bornali Kalita: কণ্ঠশিল্পী বৰ্ণালী কলিতালৈ সন্মানীয় ডক্টৰেট ডিগ্ৰী
মুখ্য-পৃষ্ঠা
দৈনন্দিন বাৰ্তা
-
October 20, 2024
দিল্লীৰ Integrated Global University য়ে সন্মানীয় ডক্টৰেট ডিগ্ৰী প্ৰদান কৰে কণ্ঠশিল্পী বৰ্ণালী কলিতাক।(Singer Barnali Kalita)
Floating cash incident: নলাৰে ভাঁহি আহিল অসংখ্য ৫০০ টকীয়া নোট, নলাত জপিয়াই বিভিন্নজনে সংগ্ৰহ কৰিলে প্ৰায় ২.৫ লাখ টকা
মুখ্য-পৃষ্ঠা
দৈনন্দিন বাৰ্তা
-
October 19, 2024
এটা নলাৰে ভাঁহি আহিল ৫০০ টকীয়া অসংখ্য নোট (Floating cash incident)। তাকে দেখি ৰব নোৱাৰি সেই স্থানত উপস্থিত অসংখ্য লোকে লৰালৰিকৈ নোটবোৰ ল'বৰ বাবে জপিয়াই পৰিল নলাটোত(Sangli drain money)।
Wayanad Lok Sabha constituency by-election: ৱায়ানাডত কংগ্ৰেছৰ প্ৰিয়ংকা গান্ধীৰ সমুখত সমৰত বিজেপিৰ নব্য হৰিদাস
ৰাজনীতি
দৈনন্দিন বাৰ্তা
-
October 19, 2024
গুৱাহাটী, ১৯ অক্টোবৰঃ দেশৰ কেইবাটাও বিধানসভা সমষ্টিৰ লগতে ৱায়ানাড লোকসভা সমষ্টিৰ উপ-নিৰ্বাচনক (Wayanad Lok Sabha constituency by-election)লৈ এতিয়া ৰানৈতিক দলসমূহ সক্ৰিয় হৈ পৰিছে। ২৩ অক্টোবৰ বুধবাৰে ৱায়ানাড লোকসভা উপ-নিৰ্বাচনৰ বাবে মনোনয়ন দাখিল কৰিব কংগ্ৰেছ নেত্ৰী প্ৰিয়ংকা গান্ধী ভাদ্ৰাই (Congress' Priyanka Gandhi)। ৰাহুল গান্ধীৰ সৈতে কৰা ৰ’ডশ্ব’ৰ অন্তত ভাদ্ৰাই ৱায়ানাডৰ কালেক্টৰেটৰ ওচৰত মনোনয়ন পত্ৰ দাখিল কৰিব।নিৰ্বাচন আয়োগে ৱায়ানাড উপ-নিৰ্বাচন ঘোষণা কৰাৰ কিছু সময়ৰ পাছতেই কংগ্ৰেছে আসনখনৰ পৰা প্ৰিয়ংকা গান্ধী প্ৰাৰ্থী হ’ব বুলি ঘোষণা কৰিছিল।
1
...
80
81
82
...
195
Page 81 of 195
Popular
হুইল চেয়াৰত বহি মুখ্যমন্ত্ৰীলৈ অপেক্ষাৰত এগৰাকী যুৱতী
দৈনন্দিন বাৰ্তা
-
March 8, 2026