Home
উত্তৰ-পূৰ্বাঞ্চল
অসম
ই-পেপাৰ
দৈনন্দিন বাৰ্তা
Assam Rising
ৰাষ্ট্ৰীয়-আন্তঃৰাষ্ট্ৰীয়
ক্রীড়া-জগত
স্বাস্থ্য বাৰ্তা
APPLY CARD
Apply For Member Card
ফটো
বিনোদন
Home
উত্তৰ-পূৰ্বাঞ্চল
অসম
ই-পেপাৰ
দৈনন্দিন বাৰ্তা
Assam Rising
ৰাষ্ট্ৰীয়-আন্তঃৰাষ্ট্ৰীয়
ক্রীড়া-জগত
স্বাস্থ্য বাৰ্তা
APPLY CARD
Apply For Member Card
ফটো
বিনোদন
Home
উত্তৰ-পূৰ্বাঞ্চল
অসম
ই-পেপাৰ
দৈনন্দিন বাৰ্তা
Assam Rising
ৰাষ্ট্ৰীয়-আন্তঃৰাষ্ট্ৰীয়
ক্রীড়া-জগত
স্বাস্থ্য বাৰ্তা
APPLY CARD
Apply For Member Card
ফটো
বিনোদন
ৰাষ্ট্ৰীয়
৬ দিনতেই ১০ লাখৰো অধিক লোকৰ অংশগ্ৰহণেৰে বিজেপিৰ ‘জন আশীৰ্বাদ যাত্ৰা’; অসমজুৰি ধ্বনি— “আহিছে আহিছে হিমন্ত আহিছে” । CMO ASSAM
ছমৰীয়াৰ ডেকাচাং উচ্চ মাধ্যমিক বিদ্যালয়ৰ পুখুৰীৰ মাটি বেদখলৰ চেষ্টা :: বিদ্যালয় কতৃপক্ষ, স্থানীয় ৰাইজ, শিক্ষক- শিক্ষয়িত্ৰীকে ছাত্ৰ- ছাত্ৰীৰ মাজত তীব্ৰ প্ৰতিক্ৰিয়া:
গুৱাহাটীৰ সামগ্ৰিক উন্নয়নৰ লক্ষ্যৰে মন্ত্ৰী জয়ন্ত মল্লবৰুৱাৰ কেইবাটাও উন্নয়নমূলক প্ৰকল্পৰ আধাৰশিলা আৰু উদ্ধোধন
Chennai Air Show Tragedy: চেন্নাইৰ মেৰিনা বিচত শোকাৱহ দুৰ্ঘটনা; চাৰিজনৰ মৃত্যু, ২৩০ জন আহত
মুখ্য-পৃষ্ঠা
দৈনন্দিন বাৰ্তা
-
October 6, 2024
চেন্নাইৰ মেৰিনা বিচত আয়োজিত এয়াৰ শ্ব’ত শোকাৱহ দুৰ্ঘটনা(Chennai Air Show Tragedy) । এই দুৰ্ঘটনাত দৰ্শকৰ মাজৰ ৪ গৰাকী লোকৰ মৃত্যু ঘটাৰ লগতে ২৩০ গৰাকী লোক আহত হৈছে। লক্ষাধিক লোকৰ ভিৰৰ বাবেই এই শোকাৱহ ঘটনাটো সংঘটিত হয়।
App-Based Scam Case: ৩০ হাজাৰ লোকৰ পৰা প্ৰবঞ্চনাৰে ৫০০ কোটি টকাৰ লুণ্ঠন; লুণ্ঠনৰ আঁৰত ইউটিউবাৰ,জনপ্ৰিয় অভিনেত্ৰী !
মুখ্য-পৃষ্ঠা
দৈনন্দিন বাৰ্তা
-
October 3, 2024
ভূৱা বিত্তীয় এপৰ জড়িয়তে গ্ৰাহকৰ পৰা ৫০০ কোটি টকাৰ বিত্তীয় লুণ্ঠনৰ এক বৃহৎ কেলেংকাৰীৰ লগত জড়িত থকাৰ অভিযোগত ইউটিউবাৰ এলভিছ যাদৱ আৰু কৌতুক শিল্পী ভাৰতী সিঙক দিল্লী আৰক্ষীয়ে চমন জাৰি কৰিছে। এই বৃহৎ কেলেংকাৰীৰ জড়িয়তে প্ৰায় ৩০ হাজাৰ লোকৰ পৰা প্ৰবঞ্চকে কৰিলে লুণ্ঠন(App-Based Scam Case)।
Assamese Classical Language: অসমীয়া ভাষাই লাভ কৰিলে ধ্ৰুপদী ভাষাৰ মৰ্যাদা
মুখ্য-পৃষ্ঠা
দৈনন্দিন বাৰ্তা
-
October 3, 2024
কেন্দ্ৰীয় কেবিনেটে আজি পাঁচটা ভাষা ক্ৰমে মাৰাঠী, পালি, প্ৰাকৃত, অসমীয়া আৰু বাংলা ভাষাক ধ্ৰুপদী ভাষা হিচাপে অনুমোদন জনায়(Assamese Classical Language) । কেন্দ্ৰীয় কেবিনেটৰ এই অনুমোদনৰ পাছতে কৃতজ্ঞতা প্ৰকাশ কৰিলে মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা, কেন্দ্ৰীয় মন্ত্ৰী সৰ্বানন্দ সোণোৱালে ।
Assamese Classical Language: অসমীয়া ভাষাৰ ধ্ৰুপদী ভাষা হিচাপে স্বীকৃতি লাভ; কেন্দ্ৰীয় মন্ত্ৰী সৰ্বানন্দ সোণোৱালৰ আনন্দ প্ৰকাশ
সাহিত্য সংস্কৃতি
দৈনন্দিন বাৰ্তা
-
October 3, 2024
(Assamese granted classical language )অসমীয়া ভাষাই ধ্ৰুপদী ভাষা হিচাপে স্বীকৃতি লাভ কৰাত আনন্দ প্ৰকাশ কৰিছে কেন্দ্ৰীয় মন্ত্ৰী সৰ্বানন্দ সোণোৱালে ।সৰ্বানন্দ সোণোৱালে উল্লেখ কৰে, "প্ৰতিগৰাকী অসমীয়াৰ বাবে এক ঐতিহাসিক ক্ষণ! শ শ বছৰৰ ঐতিহ্যৰে পৰিপূৰ্ণ স্বকীয় অসমীয়া ভাষালৈ আজিৰ কেন্দ্ৰীয় কেবিনেটত ধ্ৰুপদী ভাষা (Classical Language)ৰ মৰ্যাদা প্ৰদানত অনুমোদন।
Murder for Insurance Claim: কাম কৰা ছোৱালীৰ লগত পুত্ৰৰ বিয়া পাতি ৫০ লাখ টকাৰ বীমাৰ লোভত ন-বোৱাৰীক কৰিলে হত্যা
মুখ্য-পৃষ্ঠা
দৈনন্দিন বাৰ্তা
-
October 3, 2024
উত্তৰ প্ৰদেশৰ লক্ষ্ণৌত পোহৰলৈ আহিছে এটা চাঞ্চল্যকৰ ঘটনা(Sensational case in Lucknow)। ধনৰ লোভত কৌশলেৰে এজন লোকে প্ৰথমে তেওৰ ঘৰত কাম কৰা ছোৱালীৰ লগত পুত্ৰৰ বিয়া পাতি দিয়ে । তাৰ পিছত ছোৱালীজনীৰ নামত ৫০ লাখ টকাৰ জীৱন বীমা কৰে । তাৰোপৰি ছোৱালীজনীৰ নামেৰে ১০ লাখ টকাৰ মুদ্ৰা লোনো লয়। তাৰ পিছতে শহুৰেকে পৰিকল্পনা অনুসৰি হত্যা কৰিলে ন-বোৱাৰীক(Murder for Insurance Claim) ।
1
...
88
89
90
...
195
Page 89 of 195
Popular
Guwahati News: ব্ৰহ্মপুত্ৰত মৰণজাপ প্ৰেমিক-প্ৰেমিকাৰ! নতুন শৰাইঘাট দলঙত হুৱা-দুৱা
দৈনন্দিন বাৰ্তা
-
March 9, 2026