Breaking

ডুমডুমাৰ নিৰুদ্দেশ পুত্ৰৰ সন্ধান দিওঁতালৈ ১ লাখ টকাৰ পুৰস্কাৰ ঘোষণা…

0 13

নিৰুদ্দেশ পুত্ৰৰ সন্ধান দিওঁতালৈ ১ লাখ টকাৰ পুৰস্কাৰ ঘোষণা৷

ডুমডুমাৰ নিৰুদ্দিষ্ট ছাত্ৰৰ পিতৃ-মাতৃৰ এই ঘোষণা কৰিছে এই পুৰস্কাৰ৷

৭ দিনে শুংসূত্ৰ নাই দৈদাম চাহ বাগিচাৰ সন্দীপন তাঁতীৰ৷ সন্ধান দিওঁতাৰ পৰিচয় গোপনে ৰখাৰ প্ৰতিশ্ৰুতি পৰিয়ালৰ৷

Leave A Reply