Breaking

বটদ্ৰৱাত দহদিনীয়া বিহু নৃত্য আৰু ঢোলবাদনৰ কৰ্মশালাৰ আয়োজন

0 68

সাঁচিপাত সাংস্কৃতিক গোষ্ঠী বটদ্ৰৱাৰ উদ্যোগত অসম চৰকাৰৰ সাংস্কৃতিক সঞ্চালকালয়ৰ অধীনস্থ বৰদোৱা সাংস্কৃতিক কেন্দ্ৰৰ সহযোগত বটদ্ৰৱাত আয়োজন কৰা হৈছে বিহু নৃত্য আৰু ঢোলবাদনৰ কৰ্মশালা।

শ্ৰীমন্ত শঙ্কৰদেৱ গৱেষণা প্ৰতিষ্ঠান বটদ্ৰৱাত বিহু নৃত্য আৰু ঢোলবাদনৰ দহ দিনীয়া কৰ্মশালা শুকুৰবাৰৰ পৰা আৰম্ভ হৈছে।

এক মনোমোহা পৰিৱেশত চলি থকা কৰ্মশালাত অভিজ্ঞ প্ৰশিক্ষকে ছাত্ৰ ছাত্ৰীক প্ৰশিক্ষণ দি আহিছে।

উঠি অহা প্ৰজন্মক বিহুৰ লগত পৰিচয় কৰাই দিয়াৰ উদ্দেশ্যেৰে আয়োজক সমিতিয়ে এই মহৎ পদক্ষেপ গ্ৰহণ কৰিছে।

-ৰফিকুল ইছলাম, বৰছলা

Leave A Reply