Breaking

গুৱাহাটী পৌৰ নিগম এলেকাৰ ৩১ মে’ ৰ ভিতৰত পৌৰ সম্পত্তি কৰ পৰিশোধ কৰিলে ১০% বিশেষ ৰেহাই দিয়াৰ ব্যৱস্থা…

0 30

গুৱাহাটী পৌৰ নিগম এলেকাৰ যিসকল সম্পত্তি কৰ দাতাই নিয়মিতভাৱে কৰ পৰিশোধ কৰি আছে লগতে ইংৰাজী ১ এপ্ৰিল,

২০২৪ ৰ পৰা ৩১ মে’, ২০২৪ তাৰিখৰ ভিতৰত ২০২৪-২৫ বিত্তীয় বৰ্ষৰ সম্পূৰ্ণ পৌৰ সম্পত্তি কৰ পৰিশোধ কৰে,

সেইসকল কৰদাতাসকলক ২০২৪-২৫ বিত্তীয় বৰ্ষৰ সৰ্বমুঠ সম্পত্তি কৰৰ ১০% বিশেষ ৰেহাই দিয়াৰ ব্যৱস্থা কৰা হ’ল।

Leave A Reply