Breaking

বিলাসীপাৰাত ১১ খনকৈ চোৰাং বাইক জব্দ

0 60

বিলাসী পাৰাত ১১ খনকৈ চোৰাং বাইক জব্দ

ধুবুৰী জিলা বিলাসী পাৰাৰ নায়েৰ আলগাত চোৰাং বাইকৰ বিৰূদ্ধে আৰক্ষীৰ অভিযান।

আৰক্ষীৰ অভিযানত বজৰেল আলগা গাঁৱৰ পৰা ১১ খন কৈ চোৰাং বাইক জব্দ কৰে নায়েৰ আলগা আৰক্ষীয়ে।

লগতে চোৰাং বইক ছেণ্ডিগেটৰ লগত থকা মইনউদ্দিন মণ্ডলক আটক কৰি অধিক তথ্যৰ বাবে সোধাপোচা অব্যাহত ৰখে নায়েৰ আলগা আৰক্ষীয়ে।

বিলাসী পাৰাৰ পৰা জিয়াৰুল আলমৰ প্ৰতিবেদন

Leave A Reply