যোৰহাট জিলাৰ টীয়ক এজাৰগুৰি গাঁৱৰ নিবাসী সোমেশ্বৰ বৰা (৭৯ ) দেওবাৰে বাধ্যক্য জনিত কাৰণত মৃত্যু হয়। কিছুদিনৰ পূৰ্বে শ্বাস-প্ৰশ্বাস জনিত সমস্যাত ভুগি যোৰহাট মেডিকেল কলেজত চিকিৎসাধীন হৈ থকা বৰা চিকিৎসালয়ৰ পৰা ঘৰলৈ আহি থকা অৱস্থাত পথতেই মৃত্যু হয়। কৰ্মই ধৰ্ম বোলা আপ্ত বাক্যশাৰী শিৰোগত কৰি গোটেই জীৱন কৃষি কৰ্মত জড়িত হৈ পৰিয়ালটোক স্বাৱলম্বী কৰি তোলা বৰা মৃত্যুৰ এমাহৰ আগলৈকে খেতি পথাৰতেই ব্যস্ত আছিল। আৰ্দশ কৃষক, ধৰ্মপৰায়ণ, কষ্টসহিঞ্চু ,সমাজসেৱক গৰাকীৰ মৃত্যুত অঞ্চলবাসীয়ে অপূৰণীয় ক্ষতি বুলি মত পোষণ কৰি গভীৰ শোক প্ৰকাশ কৰে। মৃত্যুৰ সময়ত তেওঁ পত্নীসহ তিনিজন পুত্ৰ , বোৱাৰী, নাতি-নাতিনী ইহ সংসাৰত এৰি যায়।
Breaking
- তিনিচুকীয়াত কংগ্ৰেছে প্ৰক্ষেপ কৰিলে আৰ জে দিৰ প্ৰাৰ্থী, জিলা কংগ্ৰেছৰ বিষয় – ববীয়াৰ দলত্যাগ
- পাঁচ সহস্ৰাধিক সমৰ্থকক লগত লৈ টীয়কৰ কংগ্ৰেছৰ প্ৰাৰ্থী পল্লবী গগৈৰ মনোনয়ন বাবে যাত্ৰা
- আন্তৰাষ্ট্ৰীয় নাৰী দিৱস ২০২১ : স্মৃতি ইৰাণীয়ে এই বিশেষ পোষ্টেৰে নাৰীসকলক ধন্যবাদ জনাইছে
- ডিগবৈ মাৰ্ঘেৰিটাত প্ৰতিদ্বণ্ডী নাই কংগ্ৰেছত, পুনৰ নিশ্চিত বিজয়ৰ দিশে সুৰেন ফুকন : ভাস্কৰ শৰ্মা
- নাওবৈছাত কংগ্ৰেছৰ প্ৰাৰ্থী ভৰত চন্দ্ৰ নৰহ, এক অনাকাংক্ষিত ঘটনা
- নাজিৰাত ভেকচিনৰ পাছতো চবকা ৰোগত আক্ৰান্ত শ শ পশুধন
- মাজবাটত হোণ্ডা গাড়ীসহ ১৩২ কেজি ভাং জব্দ দ্ৰাইভাৰৰ পলায়ন
- শ্ৰীৰামপুৰত দ্ৰোণাচাৰ্য ইংলিছ মিডিয়াম স্কুলৰ উদ্বোধন
- বিজেপিৰ তৃণমূল পৰ্যায়ৰ কৰ্মীৰ কংগ্ৰেছ গমণ কাৰ্যত প্ৰতিক্ৰিয়া প্ৰকাশ বিজেপিৰ
- দিকৰাই প্ৰাথমিক বিদ্যালয়ত বিদায় সম্বৰ্দ্ধনা অনুষ্ঠান : সহকাৰী শিক্ষক গোলাপ বৰাইকক বিদায় সম্বৰ্দ্ধনা