অসমৰ ১২বিধ সামগ্রীক প্রদান কৰা হ’ল GI TAG…

অসমৰ ১২বিধ সামগ্রীক প্রদান কৰা হ’ল GI TAG। এই ১২ বিধ সামগ্ৰী হ’ল-

GI TAG প্রদান ঢোল, মিচিং তাঁত শিল্পলৈ।

অসমৰ ১২বিধ সামগ্রীক প্রদান কৰা হ’ল GI TAG।

GI TAG প্রদান সৰ্থেবাৰীৰ কাঁহ শিল্পলৈ ।

GI TAG লাভ কৰিলে অসমৰ জাপি শিল্পই।

GI TAG লাভ কৰিলে পানী মেটেকাৰ পৰা নিৰ্মিত সামগ্ৰীয়ে।

GI TAG আশাৰীকান্দি তেৰাকোট্টা তেৰাকোট্টা শিল্পলৈও শিল্পলৈ।

GI TAG লাভ কৰিলে জঠা, গগনা, খাম, ছেৰজা, চিফুঙে।

GI TAG প্ৰদান বড়ো কৃষিভিত্তিক সামগ্ৰী খাৰদ্বিলৈ।

GI TAG প্ৰদান কৰে জিঅ’গ্রাফিকেল ইণ্ডিকেশ্যন ৰেজিষ্ট্ৰীয়ে।

Related Articles