July 16, 2024 গুৱাহাটীৰ পল্টনবজাৰ ৰে’ল ষ্টেচনত কামৰূপ এক্সপ্ৰেছৰ পৰা জব্দ ১৬০ বস্তা চুপাৰি… Share FacebookTwitterWhatsAppTelegramKooEmail গুৱাহাটীৰ পল্টনবজাৰ ৰে’ল ষ্টেচনত বুজন পৰিমাণৰ চুপাৰি জব্দ। কামৰূপ এক্সপ্ৰেছৰ পৰা জব্দ ১৬০ বস্তা চুপাৰি। GRP, RPFৰ অভিযানত জব্দ চুপাৰিখিনি। ডিমাপুৰৰ পৰা কলকাতালৈ নিয়াৰ পৰিকল্পনা কৰিছিল চুপাৰিখিনি। Author: দৈনন্দিন বাৰ্তা Related Articles ৬ দিনতেই ১০ লাখৰো অধিক লোকৰ অংশগ্ৰহণেৰে বিজেপিৰ ‘জন আশীৰ্বাদ যাত্ৰা’; অসমজুৰি ধ্বনি— “আহিছে আহিছে হিমন্ত আহিছে” । CMO ASSAM দৈনন্দিন বাৰ্তা - March 7, 2026 গুৱাহাটীৰ সামগ্ৰিক উন্নয়নৰ লক্ষ্যৰে মন্ত্ৰী জয়ন্ত মল্লবৰুৱাৰ কেইবাটাও উন্নয়নমূলক প্ৰকল্পৰ আধাৰশিলা আৰু উদ্ধোধন দৈনন্দিন বাৰ্তা - February 25, 2026 উজনি অসমত এইবাৰ ৰাজ-মিস্ত্ৰীৰ ৰূপত মিঞা চোৰ দৈনন্দিন বাৰ্তা - February 25, 2026