January 16, 2024 দিল্লী-NCRত ঘন কুঁৱলীৰ বাবে ১৭ খনকৈ বিমানৰ উৰণ বাতিল… Share FacebookTwitterWhatsAppTelegramKooEmail দিল্লী-NCRত ঘন কুঁৱলীৰ বাবে বাতিল কৰা হৈছে বিমানৰ উৰণ। ১৭ খনকৈ বিমানৰ উৰণ বাতিল কৰা হৈছে । IGI বিমান বন্দৰত ৩০ খনকৈ বিমানৰ উৰণত পলম। আনহাতে ঘন কুঁৱলীৰ বাবে বাতিল কৰা হৈছে কেইবাখনো ৰে’লৰ চলাচল। Author: দৈনন্দিন বাৰ্তা Related Articles জ্ঞানেশ কুমাৰৰ বিৰুদ্ধে প্রতিবাদ কৰি বিপদত অভিনেতা ইমৰান খান দৈনন্দিন বাৰ্তা - October 15, 2026 CJPৰ ২ নেতাক ৫ দিনৰ ন্যায়িক জিম্মালৈ প্ৰেৰণ দৈনন্দিন বাৰ্তা - October 14, 2026 পুনৰ আটক ২ CJP নেতাঃ আশুতোষ ৰাংকা আৰু সৌৰভ দাসক আটক দৈনন্দিন বাৰ্তা - October 13, 2026