January 30, 2021 ডিটেনচন কেম্পত বন্দী ১৯ গৰাকী বাংলাদেশৰ নাগৰিকক স্বদেশলৈ প্ৰেৰণ Share FacebookTwitterWhatsAppTelegramKooEmail ৰাজ্যৰ বিভিন্ন কাৰাগাৰ আৰু ডিটেনচন কেম্পত বন্দী হৈ থকা বাংলাদেশৰ ১৯ গৰাকী নাগৰিকক ২৮ জানুৱাৰী তাৰিখে স্বদেশলৈ ওভতাই পঠোৱা হয়। নিয়ম অনুসৰি তেওঁলোকে কাৰাগাৰৰ ম্যাদ শেষ কৰে আৰু সেয়ে তেওঁলোকক নিজ দেশলৈ প্ৰেৰণ কৰা হয়। Author: দৈনন্দিন বাৰ্তা Related Articles BJP-বিজেপিৰ প্ৰাৰ্থী তালিকাত হ্ৰাস পালে মহিলা প্ৰাৰ্থীৰ সংখ্যা দৈনন্দিন বাৰ্তা - March 20, 2026 যোৰহাটত কংগ্ৰেছৰ গৌৰৱ গগৈ-বিজেপিৰ হিতেন্দ্ৰ নাথ গোস্বামীৰ মাজত যুজ এখন হ’ব… দৈনন্দিন বাৰ্তা - March 20, 2026 বিজেপিৰ টিকটৰ পৰা বঞ্চিত একাধিক নেতা, দলীয় মহলত চৰ্চা তীব্ৰ । দৈনন্দিন বাৰ্তা - March 19, 2026