Breaking

মাজবাটত ১৯৩ কেজি ভাং জব্দ

0 2,234

ওদালগুৰি জিলা মাজবাটৰ চিকাৰিডাংগা অঞ্চলৰ পৰা ৰবিবাৰে মাজবাট আৰক্ষীৰ এক গোপন খবৰৰ আলম লৈ মাজবাট আৰক্ষী থানাৰ ভাৰপ্ৰাপ্ত আৰক্ষী বিষয়া জে,পি শৰ্মা ,এ এচ আই নয়ন জুতি গগৈ , লালপানি আৰক্ষী চকীৰ আৰক্ষী বিষয়া ৰাজিৱ গোঁহাইৰ লগত এটা দল এ অভিযান চলায় অসম অৰুণাচল হিমান্ত অঞ্চল চিকাৰিডাংগা অঞ্চলৰ জংগলত  লুকাই ৰখা অবস্থাত আৰক্ষীয়ে উদ্ধাৰ কৰি ভাং খিনি ।ভাং খিনিৰ ওজন ১৯৩ কেজি বুলি আৰক্ষীয়ে সাংবাদিকক জানিবলৈ দিয়ে।মাজবাট  আৰক্ষী থানাত লৈ আনে। মাজবাট আৰক্ষীয়ে 124/21 নম্বৰত এটা কেচ ৰজু  কৰি তদন্ত অব্যাহত ৰাখিছে৷

Leave A Reply