Breaking

কাঁ ফিল্ম ফেষ্টিভেলৰ ৰেড কাৰ্পেটত সংযুক্তা দত্তই ডিজাইন কৰা পোছাক পৰিধান ২ ছুপাৰ মডেলৰ…

0 22

বিশ্ব দৰবাৰত পুনৰ উজলিল সংযুক্তা দত্ত। কান চলচ্চিত্ৰ মহোৎসৱত ফেশ্বন ডিজাইনাৰ সংযুক্তা দত্তই ডিজাইন কৰা পোছাকৰ সমাদৰ।

আকৰ্ষণৰ কেন্দ্ৰবিন্দু হ’ল ২ ছুপাৰ মডেলে পৰিধান কৰা ডিজাইনাৰগৰাকীৰ পোছাক।

কাঁ ফিল্ম ফেষ্টিভেলৰ ৰেড কাৰ্পেটত সংযুক্তা দত্তৰ হাতত প্ৰাণ পাই উঠা বস্ত্ৰ সম্ভাৰ পৰিধান কৰিলে দুগৰাকীকৈ বিশ্বৰ আগশাৰীৰ ছুপাৰ মডেলে

Leave A Reply