August 13, 2024 অসম আৰক্ষীৰ জালত ২০জনকৈ উগ্ৰপন্থী সংগঠনৰ সদস্য… Share FacebookTwitterWhatsAppTelegramKooEmail অসম আৰক্ষীৰ বৃহৎ সাফল্য৷ আৰক্ষীৰ জালত ২০জনকৈ উগ্ৰপন্থী সংগঠনৰ সদস্য৷ ১০টাকৈ ৰাইফল, মেগজিনসহ ৩টা পিষ্টল, ৫টা হেণ্ড গ্ৰেনেড উদ্ধাৰ৷ AK-47ৰ ৫৪ জাঁই সক্ৰিয় গুলী, ৯ ৰাউণ্ড পিষ্টলৰ গুলীও উদ্ধাৰ কৰে আৰক্ষীয়ে৷ Author: দৈনন্দিন বাৰ্তা Related Articles LPG গ্ৰাহকৰ বাবে ডাঙৰ খবৰঃ দেশত পুনৰ বৃদ্ধি পালে ৰন্ধন গেছৰ মূল্য দৈনন্দিন বাৰ্তা - March 7, 2026 Chandra Grahan 2026: আজি ২০২৬ বৰ্ষৰ প্ৰথমটো পূৰ্ণ চন্দ্ৰগ্ৰহণঃ চন্দ্ৰ গ্ৰহণৰ পিছত সন্ধিয়া এইসমূহ কাম কৰক… দৈনন্দিন বাৰ্তা - March 3, 2026 T20WC: T20 বিশ্বকাপৰ ছেমি ফাইনেলত টীম ইণ্ডিয়াঃ চমকপ্ৰদ বেটিং সঞ্জু ছেমচনৰ দৈনন্দিন বাৰ্তা - March 2, 2026