APSC কেলেংকাৰিক লৈ তৎপৰ CID
২০১৩ বৰ্ষৰ APSC কেলেংকাৰিক লৈ তৎপৰ CID

৩০ গৰাকী পৰীক্ষা নিৰীক্ষকক তলব SITৰ
CID কার্যালয়ত উপস্থিত হ’ব লাগিব ৩০ পৰীক্ষা নিৰীক্ষক

পৰীক্ষা নিৰীক্ষকৰ পৰা পৰীক্ষা কৰা হ’ব উত্তৰবহী
২০১৩ বৰ্ষৰ APSC কেলেংকাৰিক লৈ জবানবন্দী লোৱাৰ সম্ভাৱনা