Breaking

অসম মেঘালয় সীমান্তৰ যোৰাবাটত বাহনসহ ২৬ টাকৈ গৰু জব্দ, আটক তিনিজনক…

0 34

এক সূত্ৰৰ পৰা পোৱা তথ্য অনুসৰি, আজি পুৱা ভাগত অসম মেঘালয় সীমান্তৰ যোৰাবাট তিনিআলিত এখন বাহনৰ পৰা ২৬ টাকৈ গৰু উদ্ধাৰ কৰে। বাহনখনে অবৈধভাৱে কঢ়িয়াই আনিছিল জীৱিত গৰু কেইটা। এওই ঘটনাৰ সন্দৰ্ভত আৰক্ষীয়ে আটক কৰিছে ফকিৰ আলী, দানেশ চৌধুৰী আৰু ৰফিকুল ইছলাম নামৰ তিনিজন ব্যক্তিক। জেৰাৰ সময়ত আটকাধীন চালক আৰু সহায়কেজনে কয় যে তেওঁলোকে দৰঙৰ পৰা মেঘালয় বায়ৰ্নিহাট অভিমুখে গৰুবোৰ আনিছিল যদিও এই গৰু-ম’হৰ সন্দৰ্ভত তেওঁলোকৰ হাতত কোনো বৈধ নথি-পত্ৰ নাই। পৰৱৰ্তীৰ সময়ত অধিক আইনী পদক্ষেপ ল’ব আৰক্ষীয়ে।

Leave A Reply