Breaking

মাৰ্ঘেৰিটাৰ পাটকাই পাহাৰত জীৱন্তে ভূগৰ্ভস্থ ৩জন কয়লা শ্ৰমিক…

0 44

মাৰ্ঘেৰিটাৰ পাটকাই পাহাৰত পুনৰ মৃত্যুৰ কিৰীলি। জীৱন্তে ভূগৰ্ভস্থ ৩জন কয়লা শ্ৰমিক। মৃত ৩ শ্ৰমিকৰ নাম দাৱা চেৰপা, জন আৰু ফিনাল। নেপাল আৰু মেঘালয়ৰ আছিল শ্ৰমিক তিনিজন।

ৰেট হল মাইনিঙত সংঘটিত হৈছে এই ঘটনা। টিকক ৱেষ্ট মাইনিঙত এই শোকাৱহ দুৰ্ঘটনা। লিডুৰ টিকক কলিয়ৰিৰ অন্তৰ্গত বৰগোলাই-নামদাঙৰ মাজত আছে এই খনি।

পাহাৰখনত অবৈধভাৱে চলি আছিল কয়লাৰ খনন। নিশা প্ৰায় ১২.৩০ বজাত কয়লা খননৰ বাবে গৈছিল ৪ শ্ৰমিক।

Leave A Reply