July 21, 2024 উত্তৰাখণ্ডৰ কেদাৰনাথৰ পদপথত দুৰ্ঘটনাত ৩ জন লোকৰ মৃত্যু… Share FacebookTwitterWhatsAppTelegramKooEmail উত্তৰাখণ্ডৰ কেদাৰনাথৰ পদপথত দুৰ্ঘটনা। পাহাৰৰ পৰা পথৰ ওপৰত শিল খহি ৩ জন লোকৰ মৃত্যু। ঘটনাত আহত হৈছে ২ জন লোক। যাত্ৰীসকলক উদ্ধাৰৰ বাবে অভিযান আৰম্ভ SDRFৰ। Related Articles বেলতলা বজাৰ ঘটনা: প্ৰাণ হেৰুৱা অঞ্জু ৰংপিৰ পৰিয়ালক ৪ লাখ টকাৰ আৰ্থিক সহায় । Jayanta malla baruah দৈনন্দিন বাৰ্তা - May 20, 2025 চীন-আমেৰিকাতকৈও বেছি! চলিত বছৰত ভাৰতৰ অৰ্থনৈতিক বৃদ্ধি ৬.৩ শতাংশ হ’ব বুলি ৰাষ্ট্ৰসংঘৰ অনুমান ।India and China দৈনন্দিন বাৰ্তা - May 17, 2025 ভাৰতৰ ব্ৰহ্মছ মিছাইলৰ আক্ৰমণত আমি হেৰুৱালোঁ এখন এডব্লিএচিএছ বিমান! ‘অপাৰেচন সিন্দুৰ’ত লোকচানৰ কথা স্বীকাৰ কৰিলে পাক এয়াৰ মাৰ্শ্বালে । operation sindoor দৈনন্দিন বাৰ্তা - May 16, 2025