পশ্চিমবংগৰ সন্দেশখালী কাণ্ড সন্দৰ্ভত আৰু ৩জনক গ্ৰেপ্তাৰ৷

CBI-এ গ্ৰেপ্তাৰ কৰিলে মূল অভিযুক্ত শ্বাহজাহান শ্বেখৰ ভাতৃক৷

সন্দেশখালীত EDৰ দলক আক্ৰমণত অভিযুক্ত আটাইকেইজন৷