Breaking

লাহৰীঘাটত ড্ৰাগছসহ ৩ সৰবৰাহ কাৰীক আটক

0 57

মৰিগাঁও জিলাৰ লাহৰীঘাটত আৰক্ষীৰ ড্ৰাগছ বিৰোধী অভিযান অব্যাহত। লাহৰীঘাটত ড্ৰাগছসহ গ্ৰেপ্তাৰ তিনি সৰবৰাহকাৰী। লাহৰীঘাট আৰক্ষীয়ে বগলীপাৰা কদমতলাত চলোৱা এক অভিযানত ড্ৰাগছসহ তিনি সৰবৰাহকাৰী গ্ৰেপ্তাৰ কৰে।

ধৃত ড্ৰাগছ সৰবৰাহকাৰী কেইটা হ’ল আনাৰুল ইছলাম, দেৱজিৎ ডেকা আৰু আজহাৰুল ইছলাম। ধৃত সৰবৰাহকাৰী কেইটাৰ পৰা ২. ২৩ গ্ৰাম ড্ৰাগছ জব্দ কৰে আৰক্ষীয়ে।


লাহৰীঘাটৰ পৰা খাইৰুল ইছলামৰ প্ৰতিবেদন

Leave A Reply